--°C
Loading...
Listen to Article
2 min read
80%

ক’ল’ৰাডো : ক’ভিড-১৯ সৃষ্টিকাৰী SARS-CoV-2 ভাইৰাছ সম্পৰ্কত ভালেমান উদ্বেগজনক তথ্যৰ সম্ভেদ লাভ কৰিছে গৱেষকে। শেহতীয়াকৈ মেডিকেল জাৰ্নেল ‘লাঞ্চেট’ত প্ৰকাশ পাইছে যে, এই ভাইৰাছ বায়ুৰ জৰিয়তেও বিয়পে বুলি ‘শক্তিশালী আৰু স্থায়ী’ তথ্য লাভ কৰিছে গৱেষকে।

আৰু পঢ়িব পাৰিব :একেলগে হওক চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ, আয়োগলৈ মমতাৰ দাবী

ইংলেণ্ড, আমেৰিকা আৰু কানাডাৰ ছগৰাকী গৱেষকে প্ৰকাশ কৰিছে যে, বায়ুৰ জৰিয়তে বিয়পাৰ বাবেই ক’ভিডৰ সংক্ৰমণক বাধা দিয়াটো সম্ভৱ হৈ উঠা নাই। ক’পাৰটিভ ইনষ্টিটিউট ফৰ ৰিচাৰ্ছ ইন এনভাৰমেণ্টেল ছাইন্সেজ (চিআইআৰইএছ)ৰ এগৰাকী ৰসায়নবিদ জো লুইছ জিমেনেজও এই বিজ্ঞানী দলটোৰ সদস্য। তেওঁ এই অধ্যয়নৰ বিষয়ে প্ৰকাশ কৰি কয়, ‘আমি লাভ কৰা তথ্যসমূহে প্ৰমাণ কৰে যে, এই ভাইৰাছ বায়ুৰ দ্বাৰাও সংক্ৰমিত হয়।’

আৰু পঢ়িব পাৰিব :বাসগৃহত অগ্নিসংযোগঃ একেটা পৰিয়ালৰে দুই সদস্যৰ মৃত্যু

তেওঁ বিশ্ব স্বাস্থ্য সংস্থা আৰু আন ৰাজহুৱা স্বাস্থ্য সংস্থাবোৰে এই তথ্যৰ আধাৰত ইয়াৰ সংক্ৰমণ তথা উৎপৰিৱৰ্তন ৰোধৰ চেষ্টা কৰা উচিত বুলিও তেওঁ দাবী কৰে। এই অধ্যয়নটো প্ৰকাশৰ পাছত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ট্ৰিছ গ্ৰীনহাল্গৰ নেতৃত্বত কেইগৰাকীমান গৱেষকে বিশ্লেষণ কৰিছিল আৰু এই ভাইৰাছ বায়ুৰ জৰিয়তে বিয়পাৰ তথ্যক তেওঁলোকেও সমৰ্থন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ