--°C
Loading...
Listen to Article
2 min read
80%

কৰ’নাৰ সংক্ৰমণে বহিঃৰ্বিশ্বৰ সৈতে পুনৰ সংযোগ ব্যাহত কৰাৰ উপক্ৰম ঘটাইছে ভাৰতৰ। এইবাৰ ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে দুৱাৰ বন্ধ কৰিছে নিউজিলেণ্ডে।

আৰু পঢ়িব পাৰিব : তেজপুৰত দুৰ্ঘটনাত নিহত দুজন, এজনৰ অৱস্থা সংকটজনক

আনকি, ভাৰতত থকা নিউজিলেণ্ডৰ নাগৰিকেও সাময়িকভাৱে প্ৰৱেশ কৰিব নোৱাৰিব ভাৰতত। দুসপ্তাহৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰিছে নিউজিলেণ্ডে।

আৰু পঢ়িব পাৰিব : পুনৰ ক’ভিডৰ ত্ৰাস! অনিশ্চয়তাৰ দিশে ৰাজ্যৰ জনগণ


দেশখনৰ সীমান্তত ২৩টা ক’ভিড সংক্ৰমণৰ ঘটনা ধৰা পৰাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ