--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ক'ভিড-১৯ৰ ত্ৰাসত স্বপ্ন নগৰী মুম্বাই মুম্বাইত বিগত দুসপ্তাহ ধৰি লকডাউন অব্যাহত এনে পৰিস্থিতিৰ মাজতে সাধাৰণ জনতাৰ কাষত থিয় দিছে মুম্বাই পৌৰসভাৰ লগতে স্বাস্থ্য, আৰক্ষী প্ৰশাসনৰ কৰ্মকতা আৰু চিকিৎসকসকল৷ ইয়াৰ মাজতে এগৰাকী মহাতাৰকাই দেখুৱালে প্ৰশংসনীয় নিদৰ্শন৷ এইবাৰ সহায়কাৰীসকলৰ বাবে ওলাই আহিল ছলমান খান৷ সামাজিক মাধ্যমত দাবাং খানে মুম্বাইৰ প্ৰথম শাৰীৰ যোদ্ধাসকলক খাদ্য যোগান ধৰা এটা ভিডিঅ'ই ব্যাপক চৰ্চা লাভ কৰিছে৷

আৰু পঢ়িব পাৰিব : সুৰা নাপাই ছেনিটাইজাৰ সেৱন : ৬জন লোকৰ অপমৃত্যু


শিৱসেনাৰ যুৱ মৰ্চা,যুৱ সেনাৰ সদস্য ৰাহুল কানাল জামানে সদৰি কৰিছে, ‘এই যোদ্ধাসকলক শ্ৰদ্ধা কৰিছে ছলমানে৷ তেওঁৰ মাতৃয়ে কৰ্তব্যৰত আৰক্ষীক নিজ হাতে তৈয়াৰী টিফিন যোগান ধৰিছিল৷ যিটো সময়ত সমগ্ৰ দেশে গৃহবন্দীত্বক স্বীকাৰ কৰি লৈছে সেইসময়ত সাধাৰণ মানুহৰ কথা চিন্তা কৰিছে প্ৰথম শাৰীৰ যোদ্ধাসকলে৷ সেইবাবে তেওঁলোকৰ জীৱন যুজঁৰ কষ্ট উপশম কৰিবৰ উদ্দেশ্যই এনে মহৎ পদক্ষেপ লৈছে ভাইজানে৷’

আৰু পঢ়িব পাৰিব : ৫৪ বছৰীয়াৰ কামনাৰ বলি নাবালিকা, গ্ৰেপ্তাৰ অভিযুক্ত


সামাজিকভাৱে সচেতন ছলমান খানৰ এনে মহানুভৱতা এয়াই প্ৰথম নহয়, বিগত বছৰতো ক'ৰনা মহামাৰীৰ সংহাৰলীলাৰ সময়ত তাৰকাগৰাকীয়ে 'Being Hungry' উদ্যোগৰ আৰম্ভণি কৰিছিল৷ এই উদ্যোগটোৰ জৰিয়তে শ্ৰমিকসকলক ৰেচন যোগান ধৰা হৈছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ