--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকা৷ অধিক বিপজ্জনক হ’ব পাৰে কৰ’নাৰ তৃতীয় লহৰ৷ কেন্দ্ৰীয় চৰকাৰক তৃতীয় ঢৌৰ সম্বৰ্ধত সতৰ্কবাণী দিছে স্বাস্থ্য বিশেষজ্ঞই৷ তৃতীয় লহৰত অধিক আক্ৰান্ত হ’ব পাৰে শিশু৷ তৃতীয় লহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পদক্ষেপ গ্ৰহণ কৰে৷ কেন্দ্ৰৰ পৰা প্ৰস্তুতিৰ সবিশেষ বিচাৰিলে ন্যায়ালয়ে৷

আৰু পঢ়িব পাৰিব :  ক’ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ !

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কয় যে দেশখনক ক'ভিড-১৯ৰ তৃতীয় ঢৌৰ বাবে সাজু থাকিব লাগিব৷ এই তৃতীয় ঢৌত অধিক ক্ষতিকাৰক হ'ব পাৰে শিশুসকল৷ লগতে চৰকাৰক অক্সিজেনৰ ষ্টক সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰু পঢ়িব পাৰিব : তৃণমূলৰ গুণ্ডাৰাজ! সাৰি নগ’ল কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ো

দিল্লীত অক্সিজেনযোগান ৭০০ মেট্ৰিক টনৰ পৰা হ্ৰাস নকৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ৷ উচ্চতম ন্যায়ালয়ৰ মতে, 'ক'ভিড-১৯ ৰোগীৰ চিকিৎসা কৰি থকাৰ স্বত্বেও দিল্লীৰ লোকসকলৰ মৃত্যু হৈছে আৰু অক্সিজেন যোগানৰ অভাৱৰ বাবে বহুতে প্ৰাণ হেৰুৱাইছে বুলিও অস্বীকাৰ কৰিব নোৱাৰি।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ