--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : হিন্দু-মুছলমানৰ সম্প্ৰিতিৰ নিৰ্দশন পুনৰবাৰ উজলি উঠিল উত্তৰ-প্ৰদেশত৷ এগৰাকী নগৰ পালিকাৰ অধ্যক্ষৰ প্ৰচেষ্টা ক'ভিডত মৃত্য হোৱা এজন হিন্দুৰ ব্যক্তিৰ অন্ত্যেষ্টক্ৰিয়া কৰা হয়৷ নগৰ পালিকাৰ অধ্যক্ষকে ধৰি মুছলমান যুৱকৰ এটা দলে উত্তৰ-প্ৰদেশৰ বলৰামপুৰত ক'ভিড-১৯ত মৃত্যু হোৱা এজন ৬০ বছৰীয়া হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় কৰিছিল৷ কিয়নো তেওঁৰ পৰিয়ালৰ সদস্যসকলে কৰ'না সংক্ৰমিত হোৱাৰ ভয়ত অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ সংকোচ বোধ কৰিছিল। যাৰবাবে এই দলটো আগবাঢ়ি আহে৷

আৰু পঢ়িব পাৰিব : জিএমচিএইচত ড০ হিমন্ত বিশ্ব শৰ্মাঃ পাৰ্কিঙতো আইচিইউ নিৰ্মাণৰ ব্যৱস্থা

উল্লেখ্য যে, মুকুন্দ মোহন পাণ্ডে (৬০) নামৰ লোকজনৰ সোমবাৰে ক'ভিডত মৃত্যু হয়৷ আনহাতে তেওঁৰ জ্যেষ্ঠ ভাতৃ ললিত পাণ্ডেও ৩০ এপ্ৰিলত ক'ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল৷

আৰু পঢ়িব পাৰিব : ক’ভিড-১৯ৰ যুঁজৰ বাবে বিৰাট-অনুষ্কাৰ ২কোটিৰ অনুদান: অনলাইন পুঁজিসংগ্ৰহৰ অভিযান আৰম্ভ

নগৰ পালিকাৰ অধ্যক্ষ শ্বাবান আলীয়ে যেতিয়া তেওঁ এই বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁৰ কেইজনমান বন্ধু কেইজন ক্ৰমে- তাৰিক, আনাছ, গুড্ডু আৰু চফিকৰ সৈথে অন্তেষ্টিক্ৰিয়াৰ সকলো ব্যৱস্থা কৰিছিল আৰু মৃতদেহটো শ্মশানলৈ লৈ সকলো কাৰ্য সম্পন্ন কৰিছিল বুলি জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ