--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: মায়ানগৰী মুম্বাইৰ পাছত সমগ্ৰ মহাৰাষ্ট্ৰততেই ৰাজহুৱা সমাৱেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ ৰাজ্যৰ সকলো কাৰ্যালয়ৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে। আজি জাৰি কৰা নতুন বিজ্ঞপ্তি অনুসৰি, ৰাজ্যখনে নিৰ্দেশ দিছিল যে ব্যক্তিগত কাৰ্যালয়কে ধৰি সকলো কাৰ্যালয়ে ৩১ মাৰ্চলৈকে ৫০ শতাংশ কৰ্মচাৰীহে কাম কৰিব লাগিব।

আৰু পঢ়িব পাৰিব : আম্বানীৰ জীৱনলৈ ভাবুকিৰ ঘটনা : পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

কিন্তু স্বাস্থ্য আৰু অত্যাৱশ্যকীয় সেৱাত এই নিৰ্দেশ প্ৰযোজ্য নহ'ব৷ আনকি চিনেমা হ'ল আৰু প্ৰেক্ষাগৃহত একে নিয়ম অনুসৰণ কৰিবলৈ আৰু মাস্ক পিন্ধাতো বাধ্যতামূলকভাৱে ৰূপায়ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

আৰু পঢ়িব পাৰিব : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

কেৱল মহাৰাষ্ট্ৰতেই নহয়, কৰ্ণাটকা, বেংগালুৰুত কৰ’নাৰ ব্যাপক সংক্ৰমণ দেখিবলৈ পোৱা গৈছে৷ কেৱল বেংগালুৰুতে ৯২৫ টা নতুন ক'ভিড আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত ২৫,৮৩৩ টা ক'ভিড আক্ৰান্ত ধৰা পৰিছে, যি এতিয়ালৈকে সৰ্বাধিক ৰূপে পৰিগণিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ