--°C
Loading...
Listen to Article
2 min read
80%

চেন্নাই: তামিলনাডুত সম্পূৰ্ণ লকডাউন ঘোষণা৷ ১০ মে’ৰ পৰা দুসপ্তাহৰ বাবে তামিলনাডুত হ'ব লকডাউন৷ ক’ভিডে ভয়ংকৰ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে লকডাউন ঘোষণা কৰে৷ ১০ মে'ৰ পৰা ২৪ মে'লৈ ৰাজ্যখনত লকডাউন ঘোষণা কৰিছে। তামিলনাডুত শুক্ৰবাৰে ক'ভিড আক্ৰান্তই ২৫০০০-ৰ সীমা অতিক্ৰম কৰিছে৷ ৰাজ্যখনত ২৬,৪৬৫ টা নতুন ক'ভিডৰ সংক্ৰমণ ঘটিছে৷ যাৰ ফলত আক্ৰান্তৰ সংখ্যা ১.৩৫ লাখলৈ বৃদ্ধি হৈছে।

আৰু পঢ়িব পাৰিব :  সুখবৰ : সামৰিক, বাণিজ্যিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন ৰূপসী বিমানবন্দৰ পুনৰ মুকলি হ’ব

শুক্ৰবাৰে ক'ভিডত ১৯৭জন লোকৰ মৃত্যু ঘটে৷ ফলত মুঠ মৃতকৰৰ সংখ্যা ১৫,১৭১ লৈ বৃদ্ধি পাই। ৰাজ্যখনত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩.২৩ লাখ। তথ্য অনুসৰি, বিগত দুমাহত চেন্নাইত ক'ভিড-১৯ৰ ফলত হোৱা মৃত্যুৰ গড় সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

আৰু পঢ়িব পাৰিব :  মুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ: দিল্লীলৈ তলব সৰ্বানন্দ-হিমন্ত

গ্ৰেটাৰ চেন্নাই কৰ্পোৰেচন (জিচিচি)ৰ চৰকাৰী তথ্যই দেখুৱাইছে যে, মাৰ্চ মাহত চহৰখনত প্ৰতিদিনে গড়ে তিনিজনৰ মৃত্যু হৈছিল৷ কিন্তু এই মাহটোৰ এই সংখ্যা ৯০জন হয় গৈ । ইয়াৰ তুলনাত, চহৰখনত দৈনিক ক'ভিড-১৯ মৃত্যুৰ গড় সংখ্যা এপ্ৰিলত ১৬.৭ লৈ বৃদ্ধি হৈছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ