--°C
Loading...
Listen to Article
2 min read
80%

লাডাখ : দেশত নিৰ্মাণ হ’ল বিশ্বৰ ভিতৰতে সৰ্বাধিক উচ্চতাত যান-বাহন চলাচল কৰিব পৰা পথ। ব’ৰ্ডাৰ ৰোড অৰ্গেনাইজেচন (বিআৰঅ’)-এ এই পথ নিৰ্মাণ কৰিছে। পূব লাডাখৰ ‘উমলিং লা পাছ’ত এই পথ নিৰ্মাণ চলিত সপ্তাহতে সম্পূৰ্ণ হৈ উঠিছে। ১৯,৩০০ ফুট উচ্চতাত নিৰ্মাণ হৈছে এই পথ।

বিআৰঅ’-এ ৫২ কিলোমিটাৰ দীঘল এই পথ নিৰ্মাণ কৰি দেশক নতুন গৰ্বৰ অধিকাৰী কৰালে। এই পথৰ জৰিয়তে ‘উমলিং লা পাছ’ৰ সৈতে পূব লাডাখৰ চুমাৰ ছেক্টৰৰ গুৰুত্বপূৰ্ণ চহৰবোৰ সংযু্ক্ত হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা প্ৰকাশিত এখন বিজ্ঞপ্তিত এই সম্পৰ্কে প্ৰকাশ কৰিছে যে, এই পথৰ জৰিয়তে স্থানীয় লোকসকল অতি উপকৃত হ’ব। লেহৰ পৰা চিছুমলে আৰু ডেমচোকলৈ প্ৰত্যক্ষ সংযোগ স্থাপন হোৱাৰ ফলত স্থানীয় লোকসকলৰ বিভিন্ন ক্ষেত্ৰত লাভ হ’ব। এই পথে অঞ্চলটোৰ সামাজিক-অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ লগতে লাডাখৰ পৰ্যটনৰো উন্নয়ন সাধিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ