--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিৱসাগৰ জিলাৰ বকতাৰ পুনিবিল অঞ্চলৰ পৰা ওলাই অহা ৰিম্পী বৰ্তমান অসম ৰাইফলছৰ কোহিমা ৰেজিমেণ্টত কৰ্মৰত।

ডিজিটেল ডেস্ক : আমেৰিকাৰ বার্মিংহামত (৩০ জুন-৬ জুলাই) চলি থকা বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসম কন্যা ৰিম্পী বুঢ়াগোহাঁয়ে লং জাম্প ইভেন্টত স্বর্ণপদক জয়েৰে দেশ তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম ৰাইফলছক প্রতিনিধিত্ব কৰা ৰিম্পীয়ে শীর্ষ পদকটো জয়ৰ বেলিকা সর্বাধিক ২১ ফুট জঁপিয়ায়।


আন্তর্জাতিক প্রতিযোগিতাখনলৈ যোৱাৰ পূর্বে গুৱাহাটীৰ সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত অনুশীলন চলাই যোৱা ৰিম্পীয়ে ইয়াৰ পূৰ্বে এথলেটিকছৰ গ্ৰাঁ-প্রি প্রতিযোগিতাৰ উপৰি ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ অধীনত একাধিক ৰাষ্ট্ৰীয় প্রতিযোগিতাত স্বর্ণজয়ী সফলতা অর্জন কৰি আহিছে।


শিৱসাগৰ জিলাৰ বকতাৰ পুনিবিল অঞ্চলৰ পৰা ওলাই অহা ৰিম্পী বৰ্তমান অসম ৰাইফলছৰ কোহিমা ৰেজিমেণ্টত কৰ্মৰত। ৰিম্পীয়ে আজি আন এটা ইভেন্টত খেলিব।


উৎসঃ দৈনিক জনমভূমি









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ