--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ নলবাৰীত ‘এজেপি’ৰ নাৰায়ণ ডেকাৰ সমৰ্থক বাহিনীয়ে লুৰীণজ্যোতি গগৈৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি ‘অসম জাতীয় পৰিষদ’-এ উত্তাল প্ৰতিবাদ সাব্যস্থ কৰিছে। বকো সমষ্টিৰ শতাধিক এজেপিৰ নেতা-কৰ্মীয়ে দুঘণ্টা ধৰি বিজেপিৰ বিৰুদ্ধে শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। বকো চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে। তিতাবৰতো জাতীয় পৰিষদৰ নেতা-কৰ্মীয়ে ৰূপায়ণ কৰিছে বিক্ষোভ কাৰ্যসূচী। আনহাতে চাবুৱা, পাটশালা, ঢকুৱাখনা, কলিয়াবৰ, নলবাৰী, নগাঁও আদি চহৰতো দেখা গ’ল প্ৰতিবাদী কাৰ্যসূচী।

আৰু পঢ়িব পাৰিব :প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’বঃ হিমন্ত


লুৰিণজ্যোতি গগৈৰ ওপৰত চলোৱা আক্ৰমণৰ সন্দৰ্ভত ড: সমুজ্জল কুমাৰ ভট্টাচাৰ্যয়ো প্ৰতিক্ৰিয়া আগবঢ়াইছে। লুৰীণজ্যোতিৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষিক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে সমুজ্জল ভট্টাচাৰ্যই।

আৰু পঢ়িব পাৰিব :সুখবৰ : দেশত অতিশীঘ্ৰেই পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস হ’ব

নিৰ্বাচনী হিংসাৰ জৰিয়তে গণতান্ত্ৰিক প্ৰক্ৰিয়াক মষিমূৰ কৰাৰ চেষ্টা চলোৱা হৈছে বুলি মন্তব্য কৰি ছাত্ৰ নেতাজনে নিৰ্বাচন আয়োগক এই ঘটনাৰ লগত জড়িতসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ