--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা কৰিব এইবাৰ নিৰ্বাচনত৷ আজি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নিটিন খাদেৰে এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ পোষ্টেল বেলেট সম্পৰ্কে নিৰ্বাচন আয়োগৰ আয়োজন কৰে এই সংবাদমেলৰ। ক'ৰনা ভাইৰাছ মহামাৰীৰ পাছত সলনি হৈছে পোষ্টেল বেলেটৰ বিশেষ প্ৰক্ৰিয়া৷ তিনিটা কেটেগৰীত পোষ্টেল বেলটযোগে ভোট দিব পাৰিব ভোটাৰে৷

আৰু পঢ়িব পাৰিব : লুৰীণজ্যোতি গগৈৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

৮০ বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে পোষ্টেল বেলটৰ এই বিশেষ সুবিধা প্ৰদান নিৰ্বাচন আয়োগৰ৷ আনহাতে ক'ভিড আক্ৰান্ত লোকে পোষ্টেলযোগে ভোট দিব পাৰিব৷ তাৰ উপৰি বিশেষভাৱে সক্ষম লোকৰ বাবে পোষ্টেল বেলটৰ সুবিধা৷ জিলা নিৰ্বাচনী বিষয়াৰ জৰিয়তে তত্ত্বাৱধান কৰা হৈছে এই বিষয়টো৷ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰী ঘৰে ঘৰে গৈ এই সুবিধা অৱগত কৰা হৈছে৷ প্ৰথম পৰ্যায়ত ৬ মাৰ্চৰ পূৰ্বে আবেদন জমা দিব লাগিব৷

আৰু পঢ়িব পাৰিব : প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’বঃ হিমন্ত

BLO যে স্বাস্হ্য বিভাগৰ দল লগত লৈ তিনি কেটেগৰীৰ গৃহত উপস্থিত হ'ব৷ অসমত ৮০ৰ ঊৰ্ধ্বৰ ২ লাখ ৯০ হাজাৰ ২৩৮ গৰাকী ভোটাৰ আছে৷ বিশেষভাৱে সক্ষম লোক ১ লাখ ৩৩ হাজাৰ ৭৮৯ গৰাকী ভোটাৰ আছে৷ বৰ্তমানে ৰাজ্যত ক'ভিড আক্ৰান্ত ভোটাৰৰ সংখ্যা ২৮৯জন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ