--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ নিলামত ২০.৫০ কোটি টকাত পেট কামিন্সক ক্ৰয় কৰিছিল ছানৰাইজাৰ্ছ হায়দৰাবাদে। অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক দলটোৰ নতুন অধিনায়ক হ’বনে? 

কামিন্সৰ হৈ কথা কয় সুনীল গাওস্কাৰে। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মতে, হায়দৰাবাদে অধিনায়কত্বৰ কথা মনত ৰাখি ইমান টকাৰে কামিন্স ক্ৰয় কৰিছিল।

তেওঁ কয়, ‘মোৰ মতে হায়দৰাবাদে কামিন্স কিনাৰ সিদ্ধান্তটো বহুত ভাল আছিল।  খৰচ হয়তো অলপ বেছি হৈছিল, কিন্তু কামিন্স থকাৰ অৰ্থ হ’ল অধিনায়কত্বৰ কথা এটা স্বাভাৱিকতে আহে। যোৱাবাৰ হায়দৰাবাদে কিছুমান ক্ষেত্ৰত বলিঙৰ পৰিৱৰ্তনত হোৱা ভুলৰ বাবে পৰাস্ত হ’বলগীয়া হৈছিল। যদি এইবাৰ কামিন্স অধিনায়ক হয়, তেন্তে সেয়া নহ’বও পাৰে।’

এইবাৰ হায়দৰাবাদৰ মুখ্য প্ৰশিক্ষক ডেনিয়েল ভেট্টোৰী। পুনৰ তেওঁ এজনো ব্যক্তিৰ নাম নল’লে। তেওঁৰ মতে, দলটোত কামিন্সৰ এটা অতিৰিক্ত দায়িত্ব আছে। তেওঁ দলৰ বলিং আক্ৰমণৰ নেতৃত্ব দিব। মাৰ্কৰামৰ ঠাইত কামিন্সক অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব নে নহয় সেয়া এতিয়াও ভেট্টৰীয়ে কোৱা নাই। হায়দৰাবাদৰ মেনেজমেণ্টেও এই বিষয়ত মুখ খুলিব পৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ