--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা হঠাতে ঘৰত মাখিৰ উৎপাত বাঢ়ি যায়। এই কথাই সকলোকে বৰ অশান্তি দিয়ে। আমি সেইবোৰৰ পৰা মুক্তি পাবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰো। কেতিয়াবা বজাৰৰ পৰা কীটনাশক ক্ৰয় কৰো আৰু কেতিয়াবা মেচিন ব্যৱহাৰ কৰি মাখি-মহ খেদি পঠিয়াও। কিন্তু বাৰিষা কালত এই সকলোবোৰ পদ্ধতি বিফল হয়। গতিকে আমি কেনেকৈ ঘৰুৱা উপায়েৰে মাখি খেদিব পাৰো জানো আহক।

১)তুলসী আৰু পদিনা মিশ্ৰণঃ পদিনা আৰু তুলসীৰ দ্ৰৱণে কীটনাশক হিচাপে কাম কৰে। এই মিশ্ৰণ বনাই মাখিবোৰৰ ওপৰত স্প্ৰে’ কৰিলে মাখি তৎক্ষণাৎ আঁতৰি পলাব। 

২)আপেল চাইডাৰ ভিনেগাৰঃ গিলাচ বা বহল বটলত আপেল চাইডাৰ ভিনেগাৰ দি ডিচ চাবোন বা কাপোৰ ধোৱা চাবোনৰ লগত মিহলাই দিব লাগে। এতিয়া সেই গিলাচটোত প্লাষ্টিকৰ মোনা লগাই দিব। কিছু সময়ৰ পিছত এই শ্বাৱাৰৰ দৰে এটা গাঁত বনাই দিব। ইয়াক মাখি বেছিকৈ থকা স্থানত ৰাখক। লাহে লাহে তাত মাখি পৰিবলৈ আৰম্ভ কৰিব আৰু মৰিব।

৩)নিমখ আৰু পানীঃ পানীত কিছু নিমখ মিহলাই স্প্ৰে বটলত ভৰাই দিব। ইয়াৰ পিছত মাখিবোৰ থকা ঠাইত এই দ্ৰৱণটো স্প্ৰে’ কৰিব লাগে। এই পানী য’তেই পৰিব, সেই ঠাইৰ পৰা মাখি পলাই যাব।

৪)গাখীৰ আৰু চেনিঃ গাখীৰ আৰু চেনি মাখিয়ে ভাল পায়। মাখি আহি তাৰ ওপৰত বহি থাকে। গাখীৰ আৰু চেনিৰ দ্ৰৱণ এটা বাতিত ভৰাই মাখি থকা ঠাইত ৰাখক। মিঠা খোৱাৰ লোভত মাখিবোৰ তাত আহি পৰিবহি আৰু তাত পৰি ডুব যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ