--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একক অপটিকেল ফাইবাৰভিত্তিক সমতল স্তৰ মাপক চেন্সৰ (Single Optical Fibre Based  Level Sensor)ৰ বাবে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ  অধ্যাপক দেৱ কুমাৰ মহন্তৰ “ পেটেণ্ট “ লাভ  কৰিছে। কোনো পৃষ্ঠ বা সঁজুলি এটা সঠিকভাৱে আনুভূমিক স্তৰত আছে নে নাই সেয়া পৰিমাপ কৰিবলৈ এই চেন্সৰটো ব্যৱহাৰ কৰিব পাৰি।

অসামৰিক নিৰ্মাণত , কল-কাৰখানাৰ যন্ত্ৰ পাতিৰ নিখুঁত স্তৰীয় পৰিমাপনত এই চেন্সৰ অত্যন্ত উপযোগী হ'ব বুলি প্ৰমাণিত হৈছে। এই যন্ত্ৰত লেজাৰ ৰশ্মিক সংকেত জ্ঞাপক হিচাপে আৰু এক ধৰণৰ তৰল পদাৰ্থক সংবেদন মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে।

বজাৰত উপলব্ধ বৈদ্যুতিক চেন্সৰৰ দ্বাৰা মাধ্যকৰ্ষণ শক্তি প্ৰভাৱিত তৰল স্তৰ জুখিব পাৰি যদিও বিদ্যুৎ-চুম্বকীয় প্ৰভাৱৰ বাবে পৰিমাপন ক্ৰুটিপূৰ্ণ হোৱাৰ সম্ভাৱনা থাকে।কিন্তু অপটিকেল ফাইবাৰভিত্তিক চেন্সৰ এনে ক্ৰুটিৰ পৰা মুক্ত।  







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ