--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মাত্ৰ ২০ টকাৰ বাবে এজন পদপথৰ ব্যৱসায়ীক হত্যা কৰিলে তিনিজন লোকে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ মীৰা ৰোডত এই ঘটনা সংঘটিত হৈছে। পদপথত ইডলী বিক্ৰী কৰা এজন ২৬ বছৰীয়া বিক্ৰেতাক মাত্ৰ ২০ৰ বাবে হোৱা কাজিয়াৰ বাবে তিনিজন অচিনাক্ত গ্ৰাহকে হত্যা কৰা বুলি আজি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : পঞ্চায়তৰ সভাপতি-সচিবৰ দায়িত্বহীনতাত অতিষ্ঠ ৰাইজ

ভুক্তভোগী লোকজন বীৰেন্দ্ৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ প্ৰতিদিনে সেই স্থানত ইডলী বিক্ৰী কৰিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। শুকুৰবাৰে তিনিজন লোক বিক্ৰেতাজনৰ কাষলৈ আহে আৰু তেওঁৰ ২০টকা পাবলৈ থকা বুলি দাবী কৰি বাক-বিতণ্ডা আৰম্ভ কৰে। অলপপৰ পাছতে এই বাক-বিতণ্ডাই মাৰপিটৰ ৰূপ লয় আৰু লোক তিনিজনৰ আক্ৰমণত বীৰেন্দ্ৰ যাদৱ বাগৰি পৰে আৰু মূৰ বেয়াকৈ আঘাত পায়।

আৰু পঢ়িব পাৰিব : ৮লাখ চাহ শ্ৰমিকক ৩হাজাৰকৈ টকা বিলাব সীতাৰমণে…

তেওঁক ওচৰতে থকা লোকসকলে ততাতৈয়াকৈ ওচৰৰে হাস্পতাললৈ লৈ যোৱা হয় যদিও তাতে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত নয়া নগৰ আৰক্ষী থানাত হত্যাৰ এটা গোচৰ ৰুজু কৰিছে আৰু তিনি অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ