--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চাহ অবিহনে এটা দিনো কল্পনা কৰিব নোৱাৰে বহু ভাৰতীয়ই৷ চাহে আড্ডা ৰসাল কৰি তোলে ৷ মধুৰ কৰি তোলে সন্ধিয়াটো৷ 

এই চাহ যদি আপুনি মাটিৰ পাত্ৰত খাবলৈ লয় তেন্তে আড্ডা ৰসাল হোৱাৰ লগতে উন্নতি হ’ব আপোনাৰ স্বাস্থ্যৰো৷ কাৰণ  মাটিৰ পাত্ৰত চাহ  খোৱাৰ আছে বিভিন্ন উপকাৰিতা৷ 


মাটিৰ পাত্ৰৰ এই গুণাগুণ সমূহ নাজানে বাবেই বহুতে প্লাষ্টিকৰ পাত্ৰত চাহ খায়৷ 

প্লাষ্টিকৰ কাপত চাহ খালে বিভিন্ন বীজাণু বিয়পাৰ  আশংকা থাকে। কিন্তু পৰিষ্কাৰ মাটিৰ দ্বাৰা নিৰ্মিত পিয়লা বেমাৰৰ পৰা সম্পূৰ্ণ মুক্ত৷ এই পাত্ৰ মাত্ৰ এবাৰহে ব্যৱহাৰ কৰা হয়৷ সেয়েহে ইয়াৰ পৰা বিপদৰ যিকোনো সম্ভাৱনা শূন্য৷ 

 মাটিৰ পাত্ৰত চাহ খালে গেছ, বুকুজ্বলা, বদহজমৰ আদিও পৰাও সুফল পোৱা যায়৷ সকাহ দিয়ে৷আনফালে প্লাষ্টিক বা কাগজৰ কাপৰ জৰিয়তে  বহু ৰাসায়নিক পদাৰ্থ আমাৰ শৰীৰত কিছু ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। কিন্তু মাটিৰ পাত্ৰ সম্পূৰ্ণৰূপে ৰসায়ন মুক্ত৷ নগতে ই প্ৰকৃত হৈতেষী৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement