--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মহাৰাষ্ট্ৰৰ হাস্পতালত পুনৰ অঘটন। থানেৰ সমীপৰ এখন হাস্পতালত হোৱা অগ্নিকাণ্ডৰ ফলত চাৰিজন চিকিৎসাধীন ৰোগীৰ মৃত্যু ঘটিছে। ৰাজ্যখনৰ ৰাজধানী মহানগৰ মুম্বাইৰপৰা ২৮কিলোমিটাৰ আঁতৰত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাত আন ভালেমান লোক আহত হৈছে।

আৰু পঢ়িব পাৰিব : ভূমিকম্প : মুখ্যমন্ত্ৰীলৈ ফোন উদ্বিগ্ন প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ

আজি নিচেই পুৱা ৩.৪০বজাত কউছাত থকা ‘প্ৰাইম ক্ৰিটিকেয়াৰ হাস্পতাল’ত এই অগ্নিকাণ্ড সংঘটিত হয়। এই জুই এতিয়া নিৰ্বাপিত হৈছে যদিও হাস্পতালখনত ব্যাপক ক্ষয়-ক্ষতি হয় আৰু চাৰিজনকৈ ৰোগীয়ে প্ৰাণ হেৰুৱায়। হাস্পতালখনৰ পৰা ২০জন ৰোগীক উদ্ধাৰ কৰা হৈছে।

আৰু পঢ়িব পাৰিব : তিনিটাকৈ ভূমিকম্পই কঁপালে ৰাজ্য ! আহত কেইবাজনো

ইয়াৰ ছজন আইচিইউত চিকিৎসাধীন হৈ আছিল। জুয়ে হাস্পতালখনৰ প্ৰথম মহলাটো নষ্ট কৰা বুলি হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। জুই লগাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। হাস্পতালখনত অৱশ্যে কোনো ক’ভিড ৰোগী ভৰ্তি হৈ থকা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement