--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ৰাজ্যত আজি পুৱা অহা তীব্ৰ প্ৰাবল্যৰ ভূমিকম্পক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কিৰ নৰেন্দ্ৰ মোদীয়ে বুজ ল’লে অসমৰ ক্ষয়ক্ষতিৰ বিষয়ে৷

আৰু পঢ়িব পাৰিব : তিনিটাকৈ ভূমিকম্পই কঁপালে ৰাজ্য ! আহত কেইবাজনো

৬.৪ প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে প্ৰয়োজনীয় সাহায্যৰ বাবে কেন্দ্ৰ প্ৰস্তুত বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ফোনযোগে অসমৰ ভূমিকম্পৰ ক্ষয়ক্ষতিৰ বুজ লয়৷

আৰু পঢ়িব পাৰিব : ৰাজস্থান ৰয়েলছৰ ১কোটিত নিলাম হোৱা খেলুৱৈয়ে নেখেলিলে এখনো খেল !

মুখ্যমন্ত্ৰী সোণোৱালক অসমৰ সৈতে সমগ্ৰ দেশ আছে বুলি আশ্বাস প্ৰদান কৰে অমিত শ্বাহে৷ তিনিটাকৈ ভূমিকম্পই ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ