--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ খেৰ তালুকাৰ কেমিকেল ফেক্টৰীত বিস্ফোৰণ। আজি পুৱাৰ ভাগত ফেক্টৰীটোত সংঘটিত দুটাকৈ বিস্ফোৰণত চাৰিজন কৰ্মীৰ মৃত্যু হৈছে আৰু এজন আহত হৈছে। এই বিস্ফোৰণৰ পাছতে ফেক্টৰীটোত আবদ্ধ হৈ পৰা ৪০জন কৰ্মীক উদ্ধাৰ কৰা হয়।

আৰু পঢ়িব পাৰিব : বিদেশীনীৰে বিয়া? চৰকাৰে নিৰ্ধাৰণ কৰিলে কঠোৰ নিয়ম

‘কেমিকেল ফেক্টৰীটোৰ এটা ইউনিটৰ ভিতৰত আজি পুৱা ন বজাৰ আশে-পাশে দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল। ইয়াৰ ফলত আহত হোৱা কৰ্মীসকলক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তাতে চাৰিজনৰ মৃত্যু হয়। এজন গুৰুতৰভাৱে আহত শ্ৰমিকৰ চিকিৎসা চলি আছে।’ ৰত্নগিৰিৰ এগৰাকী আৰক্ষী বিষয়াই এইকথা প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ তীব্ৰতৰ : দেশত নতুন স্বাস্থ্য সংকট!

বিস্ফোৰণৰ ফলত ফেক্টৰীটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় যদিও অগ্নি নিয়ন্ত্ৰণ কৰা হয়। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, ফেক্টৰীটোৰ এটা বয়লাৰ অধিক উষ্ণতাৰ বাবে বিস্ফোৰিত হৈছিল। ঘটনা সবিশেষৰ অনুসন্ধান কৰা হ’ব বুলি ফেক্টৰীটোৰ বিষয়াই প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ