--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ভয়াবহক হাৰত বৃদ্ধি পাইছে ক'ৰনাৰ ভাইৰাছৰ দ্বিতীয়টো ঢৌ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এটা দিনত ৪৩,৮৪৬ জন লোক নতুনকৈ কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে৷ যিটো এই বছৰ এতিয়ালৈকে সৰ্বাধিক বুলি বিবেচিত হৈছে৷ যাৰ ফলত ৰাষ্ট্ৰব্যাপী ক'ভিড সংখ্যা ১,১৫,৯৯,১৩০ লৈ বৃদ্ধি হয়। বিগত কেইবাদিনৰ ধাৰাবাহিক দ্ৰুত বৃদ্ধিৰ পাছত আজিৰ দিনটোত দেশত প্ৰায় মুঠ ৩,০৯,০৮৭টা সক্ৰিয় ঘটনাৰ পোহৰলৈ আহে৷ য'ত এতিয়া মুঠ সংক্ৰমণৰ হাৰ ২.৬৬ শতাংশ অন্তৰ্ভুক্ত আছে, আনহাতে আৰোগ্যৰ হাৰ ৯৫.৯৬ শতাংশলৈ হ্ৰাস পাইছে৷ 

আৰু পঢ়িব পাৰিব : ৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰু মই- হাগ্ৰামা মহিলাৰী

আইচিএমআৰৰ তথ্য অনুসৰি, ২০মাৰ্চলৈকে ২৩,৩৫,৬৫,১১৯ টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু শনিবাৰে ১১,৩৩,৬০২ টা নমুনা পৰীক্ষা কৰা হৈছে।আনহাতে ক'ভিডত আক্ৰান্ত হৈ নতুনকৈ মৃত্যুৰ মুখত পৰা ১৯৭জনৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৯২ জন, পাঞ্জাৱৰ ৩৮ জন, কেৰালাৰ ১৫ জন আৰু ছত্তীশগড়ৰ ১১ জন।

আৰু পঢ়িব পাৰিব :ধেমাজিত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পূৰ্বে নাচিলে হিমন্তই

 দেশত এতিয়ালৈকে মুঠ ১,৫৯,৭৫৫ জন ক'ভিডত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে৷ য'ত মহাৰাষ্ট্ৰৰ ৫৩,৩০০, তামিলনাডুৰ ১২,৫৯০, কৰ্ণাটকৰ ১২,৪৩২, দিল্লীৰ ১০,৯৫৫, পশ্চিম বংগৰ ১০,৩০৩, উত্তৰ প্ৰদেশৰ পৰা ৮,৭৫৮ জন আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা ৭,১৮৯ জন মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ