--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানে যিকোনো প্ৰকাৰে নিজৰ দলত মহেন্দ্ৰ সিং ধোনীক বিচাৰিছিল। তাৰ বাবে সকলো বিক্ৰী কৰিবলৈ সি ইচ্ছুক আছিল। কিন্তু তাৰ পিছতো শ্বাহৰুখে কলকাতা নাইট ৰাইডাৰ্ছত ধোনীক নাপালে। 

২০১৬-১৭ চনত ৰাইজিং পুনে ছুপাৰ জায়েণ্টছৰ হৈ খেলাৰ পিছত ২০১৮ চনত চেন্নাই ছুপাৰ কিংছলৈ উভতি আহিছিল ধোনীয়ে। সেই বছৰ ধোনীক নিবলৈ শ্বাহৰুখে হাহাকাৰ কৰিছিল।

এটা সাক্ষাৎকাৰত তেওঁ কয় যে ধোনীক কেকেআৰলৈ লৈ যাব বিচাৰিছিলো। আনকি মই মোৰ পায়জামাটোও তেওঁৰ বাবে বিক্ৰী কৰি দিম। ধোনীক দলত স্থান দিবলৈ মই সকলো কৰিব পাৰিলোহেঁতেন।''

কিন্তু তাৰ পিছতো শ্বাহৰুখে ধোনীক নিজৰ দলত নাপালে। কাৰণ ধোনী নিলামত নাছিল। লগে লগে চেন্নাই দললৈ উভতি আহিল। শ্বাহৰুখৰো সেই আক্ষেপ আছিল। তেওঁ ক'লে, "ধোনী যদি নিলামলৈ আহে, তেতিয়া মই কিনিলোহয়। নিলামত নাপালোঁ।’’

চেন্নাই আৰু ৰাজস্থানত দুবছৰৰ বাবে নিলম্বিত হোৱাৰ পিছত দুয়োটা দলৰ ক্ৰিকেটাৰ আন দললৈ গুচি যায়। ধোনী পুনেলৈ গ’ল। ২০১৮ চনত পুনৰ আই পি এললৈ ঘূৰি আহিব চেন্নাই। সেই সময়ত চেন্নাই আৰু ৰাজস্থানে ইচ্ছা কৰিলে নিজাকৈ ক্ৰিকেটাৰক ধৰি ৰাখিবলৈ অনুমতি পাইছিল। চেন্নাইয়ে প্ৰথমে ধোনীক ধৰি ৰাখে।

চেন্নাইক ৫ বাৰকৈ আই পি এলৰ ট্ৰফী প্ৰদান কৰিছে ধোনীয়ে। যোৱাবাৰ ধোনীয়ে আৰু খেলিব নোৱাৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু যোৱাবাৰ চেন্নাইক চেম্পিয়ন কৰাৰ পাছত ধোনীয়ে কয় যে তেওঁ এতিয়া জাৰ্চি খুলিব পৰা নাই। অহা ছিজনতো হালধীয়া জাৰ্চিত খেলা দেখা যাব মাহীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক