--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: দিল্লীত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিকৰ৷ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতেই সাংবাদিকৰে সৈতে প্ৰথমবাৰলৈ মত-বিনিময় কৰে ভৌমিকে। ‘মই কেৱল ত্ৰিপুৰাৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ’- বুলি পৰিচয় দিলে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে৷

ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰাৰ বাবে আনন্দৰ বৈন্যা সমগ্ৰ ৰাজ্যখনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত৷ প্ৰতিমা ভৌমিকক এই দায়িত্ব দিয়া বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী ভৌমিকে সদৰী কৰে যে, তেওঁ প্ৰধানকৈ গুৰুত্ব দিব দিব্যাংগৰ সম-উন্নয়ন আৰু দক্ষতা বিকাশত। সমাজৰ পিছপৰা শ্ৰেণীৰ লোকক সমানে আগুৱাই যোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব ভৌমিকে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ আশ্বাস মন্ত্ৰীগৰাকীৰ। নাৰী সৰবৰাহ আৰু নাৰীকেন্দ্ৰিক অপৰাধ ৰোধৰ ক্ষেত্ৰতো কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নজৰ ৰাখিব বুলি ক'লে মন্ত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ