--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০ অক্টোবৰৰ পৰা মিথুন ৰাশিত মংগল গ্ৰহ ৰেট্ৰ’গ্ৰেড হৈছে। অৰ্থাৎ মংগল গ্ৰহ এতিয়া বিপৰীত দিশত আগবাঢ়িছে। ১৩ নৱেম্বৰলৈকে এই গ্ৰহ এই অৱস্থাত থাকিব। ইয়াৰ পিছত তেওঁ বৃষ ৰাশিত প্ৰৱেশ কৰিব। তেওঁৰ ৰেট্ৰ’গ্ৰেডে নিশ্চিতভাৱে ১২টা ৰাশিৰ ওপৰতে কিছু প্ৰভাৱ পেলাব। কিছুমান ৰাশিৰ ওপৰত ভাল প্ৰভাৱ আৰু কিছুমানৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। ইহঁতৰ ৰেট্ৰ’গ্ৰেডৰ বাবে কিছুমান ৰাশিৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত কি কি ৰাশিয়ে সাৱধান হৈ থকাটো ভাল হব জানো আহক। 

১) মেষঃ মংগল গ্ৰহৰ ৰেট্ৰ’গ্ৰেডৰ ফলত মেষ ৰাশিৰ লোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। নিজৰ কথা নিয়ন্ত্ৰণ কৰক, নহ’লে বিতৰ্কৰ বাবেই কাজিয়াৰ সৃষ্টি হ’ব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকলেও এই সময়ছোৱাত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

২) বৃষঃ মংগল গ্ৰহৰ ৰেট্ৰ’গ্ৰেডৰ বাবে বৃষ ৰাশিৰ লোকৰ খিংখিঙীয়া ভাৱ বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ মানুহৰ লগত সংঘাত হ’ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিক লৈ ভাই-ভনীৰ লগত বিবাদ হ’ব পাৰে। এই সময় প্ৰেমৰ বাবেও ভাল নহয়। আয়তকৈ খৰচ বেছি হ’ব।

৩) মিথুনঃ মিথুন ৰাশিৰ লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱা উচিত। মংগল গ্ৰহৰ ৰেট্ৰ’গ্ৰেডে স্বাস্থ্যৰ ওপৰত অশুভ প্ৰভাৱ পেলাব পাৰে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। খং আৰু ইগো নিয়ন্ত্ৰণ কৰিব লাগিব। বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত ঘৰত কিবা ভুল কোৱাৰ আগতে চিন্তা কৰক। বিনিয়োগৰ বাবে সময় উপযুক্ত নহয়।

৪) তুলাঃ এই সময়ছোৱাত তুলা ৰাশিৰ লোকসকলে অতি সাৱধানে চলিব লাগিব। বছৰ খঙৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কামত অৱনতি হ’বলৈ আৰম্ভ কৰিব। পিতৃৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক, কিবা এটা লৈ তৰ্ক হ’ব পাৰে।

৫) মীনঃ মীন ৰাশিৰ লোকে বাহন সাৱধানে চলাব লাগিব। মংগল গ্ৰহই আপোনাৰ জীৱনত খেলিমেলি কৰিব পাৰে। যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, অসুস্থ হ’ব পাৰে। পৰিয়ালত অশান্তি হ’ব পাৰে। বাক্যত সংযম ৰখাটো ভাল হ’ব। এই সময় সম্পত্তি বিনিয়োগৰ বাবে ভাল নহয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement