--°C
Loading...
Listen to Article
2 min read
80%


২৬ মাৰ্চ ২০২৪, মঙলবাৰ

মেষ: মনত সুখ বাঢ়িব। আত্মবিশ্বাস বাঢ়িব। মনৰ আনন্দ বৃদ্ধি। স্বাস্থ্যত শুভ। নতুন উপাৰ্জনৰ বাট মূকলি। বন্ধুৰ আগমন।

বৃষ: পৰিয়ালত শুভ। সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। ধৰ্মীয় কৰ্মত মন বহিব। আনৰ কথা লগাই ফুৰাসকলৰ মানহানি।  বাহিৰা খাদ্য বৰ্জন কৰক।

মিথুন : কৰ্মক্ষেত্ৰত  কৃতিত্ব লাভৰ যোগ। সংসাৰত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। কোনো আপোন মানুহে মনত কষ্ট দিব পাৰে। সন্তানকলৈ চিন্তা। 

কৰ্কট : কুকুৰ-বান্দৰৰ পৰা সাৱধান। অযথা চিন্তা এৰাই চলক। বুকুৰ বিষ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কোনো সহায় লাভ। 

সিংহ : ৰাজনীতিত সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত সমস্যা দূৰ হ'ব।  সমাজৰ কামত আগ-ভাগ। মাতৃস্থান শুভ।

কন্যা : কোনো ভাল খবৰ পাব। আনক বেয়াকৈ  একো নক'ব।  ঘৰত সংঘাত আঁতৰিব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে।

তুলা : গুপ্ত শত্ৰু চিনাক্ত হ’ব। মাংগলিক কাম-কাজৰ চিন্তা। আলহীৰ সমাগমে মন ভাল লগাব। কোনো ভয়-চিন্তা দূৰ হ'ব।

বৃশ্চিক : সমস্যা সমাধানত ভাতৃৰ সহযোগ। খৰচ বৃদ্ধি।  মূৰৰ বিষ হ'ব পাৰে। চোৰৰ পৰা সাৱধান। পৰিয়ালত শান্তি।

ধনু : কৰ্মত মন দিয়ক। ভাল চিন্তাত ব্ৰতী থাকক। কোনো মানুহক মিছা ক’লে বিপদত পৰিব। ভ্ৰমণৰ যোগ দেখা গৈছে।

মকৰ :  জনপ্ৰিয়তা বাঢ়িব । আনৰ প্ৰশংসা পাব। প্ৰেমত আনন্দ। স্বাস্থ্য  শুভ। সৃষ্টিশীল কামত মন বহিব।

কুম্ভ : অনেক কামৰ সুযোগ পাব। কোনো শুভ কৰ্মত যোগদান। সামাজিক সচেতনতা বৃদ্ধি। কৰ্মৰ বোজা হ্ৰাস পাব। প্ৰেমত শুভ।

মীন : মনত কোনো কথাই আনন্দ দিব। কৰ্মস্থান সলনি হ'ব পাৰে। নতুন বন্ধুত্ব গঢ়ি উঠিব পাৰে। ঘৰক লৈ নতুন পৰিকল্পনা। আয় বাঢ়িব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ