--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশৰ মোবাইল ব্যৱহাৰকাৰীসকলৰ মূৰত হয়তো পৰিব ৰামটাঙোন।  নিৰ্বাচনৰ পিছতে অধিক ধন ভৰি মোবাইল ফোনৰ ৰিচাৰ্জ  কৰিবলগীয়া হ'ব পাৰে।   মোবাইল সেৱা প্ৰদানকাৰীসকলে শুল্ক বৃদ্ধিৰ বাবে সাজু হৈছে। এই পদক্ষেপৰ অৰ্থ হৈছে যে আপোনাৰ ম'বাইল ফোনৰ ৰিচাৰ্জ কৰাটো নিৰ্বাচনৰ পিছত অধিক ব্যয়বহুল হৈ পৰিব, কোম্পানীবোৰে ইতিমধ্যে  ৰিছাৰ্জৰ দাম বৃদ্ধিৰ বাবে  পৰিকল্পনা কৰিছে।

এণ্টিক ষ্টক ব্ৰোকিঙৰ এক প্ৰতিবেদন অনুসৰি, সাধাৰণ নিৰ্বাচনৰ পিছত টেলিকম উদ্যোগে  ৰিছাৰ্জৰ দাম  ১৫ ৰ পৰা ১৭  শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নিৰ্বাচন  ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু ভোট গণনা ৪ জুনত হ'ব। টেলিকম উদ্যোগটোৱে দীৰ্ঘদিন ধৰি এই শুল্ক বৃদ্ধিৰ বাবে অপেক্ষা কৰি আহিছে  আৰু নিৰ্বাচনৰ পিছত এই বৃদ্ধি হ'ব বুলি  অনুমান কৰা হৈছে।

 প্ৰতিবেদনখনে  প্ৰকাশ কৰা মতে  ভাৰতী এয়াৰটেলে এই বৃদ্ধিৰ পৰা আটাইতকৈ বেছি লাভাৱান্বিত হ'ব। দাম বৃদ্ধিৰ পিছত ৩০০ টকাৰ ৰিচাৰ্জৰ মূল্য ৩৫১  টকা হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছে, যিয়ে ১৭  শতাংশ বৃদ্ধি প্ৰতিফলিত কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ