--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উদ্যোগ মন্ত্ৰ্যালয়ে সমগ্র দেশত ৪,৮৭৪টা চার্জিং ষ্টেছন স্থাপন কৰিব। এই প্রকল্পৰ বাবে মন্ত্র্যালয়ে ৫০৩
  • ৮৬ কোটি টকা মঞ্জুৰ কৰিছে।

ডিজিটেল ডেস্ক: ইৰান যুদ্ধই বিশ্বত ইন্ধনৰ সংকট সৃষ্টি কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ইলেক্ট্রিক বাহনৰ ব্যৱহাৰত উৎসাহ যোগোৱাৰ বাবে এক বিশেষ পদক্ষেপ গ্রহণ কৰিছে। 


উদ্যোগ মন্ত্ৰ্যালয়ে সমগ্র দেশত ৪,৮৭৪টা চার্জিং ষ্টেছন স্থাপন কৰিব। এই প্রকল্পৰ বাবে মন্ত্র্যালয়ে ৫০৩.৮৬ কোটি টকা মঞ্জুৰ কৰিছে। এই প্রকল্প হাতত লোৱা হৈছে প্রধানমন্ত্রী ই-ড্রাইভ আঁচনিৰ অধীনত। ইয়াৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে দেশত ইলেক্ট্রিক চাৰ্জিঙৰ এক শক্তিশালী নেটৱৰ্ক প্ৰস্তুত কৰিবলৈ বিচাৰিছে। এই ষ্টেছনসমূহত ইলেক্ট্রিক দুচকীয়া, তিনি চকীয়া, চাৰি চকীয়া যাত্রীবাহী বাহন, বাছ আৰু গধুৰ ট্ৰাকৰ চাৰ্জিং কৰিব পৰা যাব। 


ইলেক্ট্রিক চার্জিং ষ্টেছন দেশৰ বিভিন্ন ৰাজ্যত স্থাপন কৰা হ'ব। ইয়াৰ ভিতৰত কৰ্ণাটক, ৰাজস্থান, অন্ধ্র প্রদেশ, গুজৰাট, কেৰালা, তেলেংগানা আৰু তামিলনাডুও আছে। কেন্দ্রীয় মন্ত্রী এইচ ডি কুমাৰস্বামীয়ে কালি বেংগালুৰুত এই কথা প্রকাশ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ