--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : সমাগত বিধানসভা নিৰ্বাচন সম্পৰ্কত মুখ্য নিৰ্বাচন আয়ুক্ত নীতিন খাড়েই আজি ভালেমান গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে৷ তেওঁ জানিবলৈ দিয়ে যে, নিৰ্বাচনী আচৰণবিধিৰ তদাৰকৰ দায়িত্বত আছে বিনোদ চেচান আৰু প্ৰশিক্ষণৰ দায়িত্বত আছএ দেৱ মিশ্ৰ৷ নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে পৰ্যবেক্ষক নিয়োগ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে৷ প্ৰতিজন প্ৰাৰ্থীয়ে নিৰ্বাচনী ব্যয়ৰ খতিয়ান জমা দিব লাগিব বুলি তেওঁ সদৰি কৰে৷

আৰু পঢ়িব পাৰিব : কি হৈছিল ‘বিগ বি’ৰ : উৎকণ্ঠিত অনুৰাগীলৈ আহিল খবৰ

নিৰ্বাচনৰ সময়ত সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধে নিৰীক্ষণৰ ব্যৱস্থাও ত্বৰান্বিত কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে৷ আয়কৰ বিভাগ, ডি আৰ আইকে ধৰি বিভিন্ন সংস্থাই নগদ ধনৰ অপব্যৱহাৰ নিৰীক্ষণ কৰিব নিৰ্বাচনৰ সময়ছোৱাত৷ একেটা অনুষ্ঠানতে বিনোদ চেচানে কয়, প্ৰতিটো সমষ্টিতে তিনিটাকৈ ফ্লাইং স্কোৱাড গঠন কৰা হৈছে৷ সুৰা, নগদ ধনৰ বিৰুদ্ধে অভিযান চলাব ফ্লাইং স্কোৱাডে৷ RP Act ৰ ১২৭ নং ধাৰা অনুসৰি প্ৰকাশ নকৰা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

আৰু পঢ়িব পাৰিব : বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত ৰণ জয়ৰ মন্ত্ৰণা…!

নিৰ্বাচনৰ সময়ত সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধে নিৰীক্ষণৰ ব্যৱস্থাও ত্বৰান্বিত কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে৷ আয়কৰ বিভাগ, ডি আৰ আইকে ধৰি বিভিন্ন সংস্থাই নগদ ধনৰ অপব্যৱহাৰ নিৰীক্ষণ কৰিব নিৰ্বাচনৰ সময়ছোৱাত৷ একেটা অনুষ্ঠানতে বিনোদ চেচানে কয়, প্ৰতিটো সমষ্টিতে তিনিটাকৈ ফ্লাইং স্কোৱাড গঠন কৰা হৈছে৷ সুৰা, নগদ ধনৰ বিৰুদ্ধে অভিযান চলাব ফ্লাইং স্কোৱাডে৷ RP Act ৰ ১২৭ নং ধাৰা অনুসৰি প্ৰকাশ নকৰা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

আৰু পঢ়িব পাৰিব : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰিয়ংকা গান্ধী, অংশ ল’ব প্ৰতিবাদী কাৰ্যসূচীতো

কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ বাবে থাৰ্মেল স্কেনৰ ব্যৱস্থা কৰাৰ লগতে ঘৰে ঘৰে প্ৰচাৰৰ বাবে পাঁচজনকহে যোৱাৰ অনুমতি দিয়া হৈছে৷ আনহাতে, ছ'ছিয়েল মিডিয়াত কঠোৰ নিৰীক্ষণ চলাব নিৰ্বাচনী আয়োগে৷ আজি প্ৰকাশ কৰা আন ভালেমান নিয়মৰ ভিতৰত আছে, কনভয়ৰ বাহনৰ মাজত থাকিব লাগিব দূৰত্ব৷ প'লিং বিষয়াসকলক নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন৷ ইয়াৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ৪ লাখ ভেকচিনৰ৷ প্ৰতিজন প্ৰাৰ্থীয়ে অৱগত কৰিব লাগিব ছ'ছিয়েল মিডিয়াৰ একাউণ্টৰ সবিশেষ৷অপিনিয়ন পোলৰ ক্ষেত্ৰত নাই কোনো বাধ্যবাধকতা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement