--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডীৰ বিৰুদ্ধে কিছুমান অপমানজনক তথ্য প্ৰচাৰ কৰাৰ কথিত অভিযোগত বুধবাৰে তেলেংগানাৰ দুগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হয়।

'পাল্‌ছ নিউজ'ৰ পৰিচালন সঞ্চালক পগাড়ানন্দ ৰেৱতী আৰু একেটা বাতৰি প্ৰতিষ্ঠানৰে সাংবাদিক তনভী যাদৱক মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কিছুমান অপমানজনক তথ্য প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। 

আনহাতে, 'নিপুকোড়ি' নামৰ এটা 'এক্স' একাউন্ট চলোৱা তৃতীয়গৰাকী অভিযুক্তক ভিডিঅ'টো শ্বেয়াৰ কৰাৰ বাবে আটক কৰা হয়। অভিযুক্তকেইজনে অশ্লীল তথ্য বিয়পোৱা, অপৰাধমূলক ষড়যন্ত্র, ঘৃণা উদ্রেককাৰী উপাদান শ্বেয়াৰ কৰি মুখ্যমন্ত্রীজনক অপমানিত আৰু মানহানি কৰিছে বুলি ৰাজ্যিক কংগ্ৰেছৰ সামাজিক মাধ্যমৰ মুৰব্বীজনে অভিযোগ কৰাৰ পাছতেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ