--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দিছপুৰ পুনৰ দখল কৰিলে বিজেপিয়ে৷ পিছে ৰাজ্যত এতিয়া মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈ চলিলে সৰ্বত্ৰে চৰ্চা৷ মুখ্যমন্ত্ৰী পদক লৈ উৎকণ্ঠাই দেখা দিছে৷ আনহাতে, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ বিভিন্ন নেতা তথা বিজয়ী প্ৰাৰ্থীৰ সোঁত বৈছে৷ আজি দুপৰীয়া ৫ বিধায়কক লগত লৈ আহিল কাৰ্বি স্বায়ত্ত-পৰিষদৰ চিআএম তুলিৰাম ৰংহাং৷

আৰু পঢ়িব পাৰিব :   অধিনায়কৰ বিদায়! ছন্দপতন পঞ্জাব কিংছৰ

হিমন্তক মুখ্যমন্ত্ৰীৰূপে বিচাৰে বুলি ঘোষণা কৰে তুলিৰামে৷ বিজেপিৰ সাংগঠনিক সম্পাদক ফণি শৰ্মাই মুখ্যমন্ত্ৰী সন্দৰ্ভত কয় যে, বিজেপি আদৰ্শত চলা দল৷ গতিকে কেন্দ্ৰীয় নেতৃত্ব, সংসদীয় সমিতিয়ে বিবেচনা কৰিব মুখ্যমন্ত্রী কোন হয়৷ দলীয় লক্ষ্মণ ৰেখা পাৰ কৰাটো অনুচিত৷ 'ৰাইজে বিজেপিৰ ওপৰত গভীৰ বিশ্বাস ৰাখিছে, সেয়েহে আমি জয়ী হৈছো, গতিকে আমাৰ দায়িত্ব বাঢ়িল'- বুলিও মন্তব্য কৰে তেওঁ৷

আৰু পঢ়িব পাৰিব :   ঘোষিত হ’ল অসম বিধানসভা নিৰ্বাচন: ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী

ভূবনেশ্বৰ কলিতাই মুখ্যমন্ত্রী কোন হ'ব সেয়া সংসদীয় কমিটিয়ে বিবেচনা কৰিব বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্রী কোন হ'ব এই সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য আগবঢ়ায়৷ 'বিজেপিৰ এক নীতি-আদৰ্শ আছে, গতিকে মুখ্যমন্ত্রী কোন হ'ব সেয়া দলে বিবেচনা কৰিব৷'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ