--°C
Loading...
Listen to Article
2 min read
80%

মাজুলী : আজি ৰাজ্যৰ ৪৭টা সমষ্টিৰ ভোটগ্ৰহণৰ প্ৰথম পৰ্যায় আৰম্ভ হয়৷ কিন্তু এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতেই মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ত অঘটন৷ মাজুলীত মুখ্যমন্ত্ৰীৰ কনভয়ৰ খুন্দাত আহত হয় এজন বাইক আৰোহী৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী হিংসা : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই গুলীচালনা, আক্ৰমণ !

আহত ব্যক্তিজনৰ নাম মুনীন্দ্ৰ মুক্তিয়া৷ আহত মুক্তিয়াৰক ততাতৈয়াকৈ গড়মুৰস্থিত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ জানিব পৰা মতে, আহত মুক্তিয়াৰ মাজুলী উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী৷ ভোট দি ঘৰলৈ উভতাৰ পথত মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হওঁতে এই দুৰ্ঘটনা সংঘটিত হয়৷

আৰু পঢ়িব পাৰিব : মৰিয়নিত অব্যাহত ভোটগ্ৰহণঃ ভোটপ্ৰদান ৰূপজ্যোতিৰ

ভৰি আৰু হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মুনীন্দ্ৰ মুক্তিয়াৰ৷ উন্নত চিকিৎসাৰ বাবে তেওঁক ইতিমধ্যেই মাজুলীৰ পৰা প্ৰেৰণ কৰিছে ডিব্ৰুগড়লৈ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ