--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগতো আজিৰেপৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়৷ ভোটগ্ৰহণৰ সময়তে পূব মিডনাপুৰ জিলাৰ কণ্টাই চহৰত সংঘটিত হয় নিৰ্বাচনী হিংসা৷ বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ ভাতৃ ছমেন্দু অধিকাৰীক আক্ৰমণ কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে৷

আৰু পঢ়িব পাৰিব : মৰিয়নিত অব্যাহত ভোটগ্ৰহণঃ ভোটপ্ৰদান ৰূপজ্যোতিৰ

এই আক্ৰমণ টিএমচি কৰ্মীয়ে কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷ নিৰ্বাচন কেন্দ্ৰৰপৰা ওভতাৰ পথতে এই ঘটনাৰ সন্মুখন হয় ছমেন্দু অধিকাৰী৷ ঘটনাত গুৰুতৰভাৱে আহত হয় গাড়ীচালকজন৷

আৰু পঢ়িব পাৰিব : ভিন্নস্থানত ইভিএমৰ বিসংগতি : ঘন্টাজুৰি অপেক্ষা প্ৰাৰ্থী-ভোটাৰ !

আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত পূব মেদিনীপুৰত জিলাত শনিবাৰে পুৱা সংঘটিত হয় গুলীচালনাৰ ঘটনা৷ এই গুলীচালনাত ২জন নিৰাপত্তাৰক্ষী আহত হয়৷ ইয়াৰ উপৰি মেদিনীপুৰত উদ্ধাৰ বিজেপি কৰ্মীৰ মৃতদেহ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ