--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিন্নৰ সমাজৰ লোকসকলক সবল কৰি স্ব-নিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে মুম্বাইত কিন্নৰসকলৰ বাবে এখন চেলুন আৰম্ভ কৰা হৈছে। এই চেলুনখন ৭ জন কিন্নৰৰ দ্বাৰা পৰিচালিত হ’ব।

‘কিন্নৰ’ সম্প্ৰদায়ৰ লোকসকলে আজিও নিয়মিতভাৱে বহু বৈষম্যৰ সন্মুখীন হ’বলগীয়া হয়। নিজৰ অস্তিত্ব আৰু সম অধিকাৰৰ বাবে অহৰহ যুঁজ দিয়াৰ পাছতো কিন্নৰসকলে নিজৰ লক্ষ্য সম্পূৰ্ণৰূপে পূৰণ কৰিব পৰা নাই। অৱশ্যে কিছুমানে নিজৰ মূল্য প্ৰমাণ কৰি সেই ঠেক পৰিগণ্ডী সমূহ ভাঙি পেলাইছে।

এই অনন্য চেলুনখনৰ স্বত্বাধিকাৰী জয়নাব নিজেই এগৰাকী কিন্নৰ সমাজৰ সদস্য। কিন্নৰ সমাজৰ জনসাধাৰণক সবল কৰি তোলাৰ বাবে এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে চেলুনখনৰ স্বতাধিকাৰী জয়নাবে।

জয়নাবে কয় যে চেলুনখনে কিন্নৰসকলক প্ৰশিক্ষণৰ লগতে কৰ্মসংস্থাপন প্ৰদানৰ বাবেও উৎসৰ্গিত। ডয়চে বেংক আৰু বম্বে ৰটাৰী ক্লাবৰ সহযোগত এই কিন্নৰসকলৰ চেলুনখন মুকলি কৰা হয়।

যিখন সমাজত কিন্নৰ সম্প্ৰদায়ক অত্যধিক পৃথক আৰু প্ৰান্তীয় বুলি গণ্য কৰা হয়, সেইখন সমাজত এই সৰু পদক্ষেপটোৱে সম্প্ৰদায়টোৰ বাবে এক বিশাল পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক