--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: দিল্লীৰ পাছত এইবাৰ মুম্বাইত সমবেত হৈছে হেজাৰ হেজাৰ কৃষক। বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত সোমবাৰে মুম্বাইত উলিওৱা হ’ব বৃহত্ প্ৰতিবাদী সমদল। এই ৰেলীত অংশগ্ৰহণ কৰিব মহাৰাষ্ট্রৰ কৃষকসকলে।

আৰু পঢ়িব পাৰিব : অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বিকশিত অঞ্চল হ’ব BTR: অমিত শ্বাহ

সেই উদ্দেশ্যে শনিবাৰেই নাচিকত সমবেত হৈছিল মহাৰাষ্ট্রৰ ২১ খন জিলাৰ ১৫ হাজাৰ কৃষক। ১৮০ কিলোমিটাৰ পথ অতিক্ৰম কৰি আজি সন্ধিয়া মুম্বাইত উপস্থিত হয় প্ৰতিবাদী কৃষকসকল। সৰ্বভাৰতীয় কিষাণ সভাৰ উদ্যোগত মুম্বাইমুখী হৈছে হাজৰা হাজাৰ কৃষক। মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত হ’ব কৃষকৰ এই সমাবেশ।

আৰু পঢ়িব পাৰিব : জেৰেঙাৰ আৰ্তনাদ শুনিবলৈ চেষ্টা নকৰিলে মোদীয়ে: প্ৰদ্যুৎ বৰদলৈ

সমাবেশত অংশগ্ৰহণ কৰিব NCPৰ মুৰব্বী শাৰদ পাৱাৰেও। সমাবেশলৈ ইতিমধ্যে সমৰ্থন আগবঢ়াইছে ৰাজ্যিক কংগ্ৰেছে। ইপিনে দিল্লীত প্ৰস্তুতি চলিছে প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ। গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ ৰিংৰোডত শ শ ট্ৰেক্টৰেৰে সমদল উলিয়াব প্ৰতিবাদী কৃষকসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ