--°C
Loading...
Listen to Article
2 min read
80%

জয়পুৰ: ৰাজস্থানৰ এগৰাকী ৩৫ বছৰীয়া মহিলা মাত্ৰ পাঁচ মাহৰ ভিতৰত ৩১ বাৰ ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱা ঘটনাই বিপাঙত পেলাইছে চিকিৎসক মহলক। ১৭ টা আৰটি-পিচিআৰ আৰু ১৪ টা দ্ৰুত এণ্টিজেন পৰীক্ষাকে ধৰি তেওঁৰ সকলো পৰীক্ষা পজিটিভ অহা বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : অতিমাৰীৰ বাবে আনবাৰতকৈ পৃথক হ’ব গণতন্ত্ৰ দিৱস, বাদ পৰিব এইসমূহ দিশ

কৰ'নাভাইৰাছৰ ইনকিউবেশ্য়ন চক্ৰ ১৪ দিনত শেষ হয় বুলি বিশ্বাস কৰা হয় যদিও সাৰদা দেৱীৰ ক'ভিড-১৯ সম্পৰ্কীয় সকলো ফলাফলে চিকিৎসা তত্ত্বৰ বাবে এক প্ৰত্যাহ্বান সৃষ্টি কৰিছে৷ তেওঁৰ প্ৰথম পৰীক্ষা ছেপ্টেম্বৰত আৰু ৭ জানুৱাৰীত আটাইতকৈ শেহতীয়া পৰীক্ষা কৰা হৈছিল, আৰু প্ৰতিবাৰতেই তেওঁৰ ক'ভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ আহে৷ মহিলাগৰাকী বিগত বছৰৰ আগষ্টৰপৰা জয়পুৰৰ ভৰতপুৰৰ স্বপ্না আশ্ৰমত আছে।

আৰু পঢ়িব পাৰিব : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভা, নলবাৰীত ১৪৪ ধাৰা

আশ্ৰমৰ প্ৰট'কল অনুসৰি, প্ৰৱেশকাৰী হিচাপে গ্ৰহণ কৰাৰ আগতে তেওঁৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ফলাফল ইতিবাচক আহিছিল৷ বহুতো চিকিৎসকে অনুমান কৰা মতে দেৱীক নিৰন্তৰভাৱে ইতিবাচক পৰীক্ষা কৰাৰ কাৰণ তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দুৰ্বলতা হ'ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ