--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : নাৰদা গোচৰ সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সকাহ দিছে উচ্চতম ন্যায়ালয়ে। কলকাতা উচ্চ ন্যায়ালয়ৰ এটা ৰায়ত স্থগিতাদেশ জাৰি কৰি মমতাক সকাহ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। মুখ্যমন্ত্ৰী মমতাই এই গোচৰ সন্দৰ্ভত ন্যায়ালয়ত দাখিল কৰা শপতনামা ৰেকৰ্ড হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল কলকাতা উচ্চ ন্যায়ালয়ে।

বহুচৰ্চিত নাৰদা গোচৰত সাঙোৰ খাইছিল মমতা মন্ত্ৰীসভাৰ মন্ত্ৰী, বিধায়কৰ নামো। ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায় স্থগিত কৰাৰ লগতে মমতা বেনাৰ্জী, বংগ চৰকাৰ তথা আইন মন্ত্ৰী মলয় ঘটকক উচ্চ ন্যায়ালয়ত এখন নতুনকৈ শপতনামা গ্ৰহণৰ আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

অহা ২৯ জুনত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব আৰু সেইদিনাই এই নতুন আবেদন দাখিলৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ