--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৱৰাত্ৰিত কৰ্পূৰৰ প্ৰতিকাৰ অতি উপকাৰী বুলি গণ্য কৰা হয়। দেৱীক পূজা কৰাৰ বাহিৰেও কপুৰৰ বিভিন্ন কৌশলে মানুহৰ প্ৰতিটো সমস্যা দূৰ কৰে। নৱৰাত্ৰিত কৰ্পূৰৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে জানো আহক।

 * বহু চেষ্টা কৰাৰ পাছতো সফলতা লাভ কৰা নাই, বাৰে বাৰে বাধাৰ সন্মুখীন হয়, তেন্তে নৱৰাত্ৰিৰ সময়ত ৰূপৰ বাটিত কৰ্পূৰ আৰু লং জ্বলাই গোটেই ঘৰটোত ঘূৰাব লাগে। এই প্ৰতিকাৰ ৯দিনৰ বাবে কৰক। ইয়াৰ ফলত সকলো বাধা আঁতৰ হ’ব।

 * নৱৰাত্ৰিত কৰ্পূৰেৰে মাদুৰ্গাৰ আৰতি কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। নৱৰাত্ৰিৰ সময়ত ৯দিন ধৰি পুৱা-গধূলি গোটেই ঘৰত কৰ্পূৰ জ্বলাই ঘূৰাব লাগে আৰু দেৱী লক্ষ্মীৰ আৰতি কৰিব লাগে। ইয়াৰ দ্বাৰা দৰিদ্ৰতা দূৰ হয় বুলি বিশ্বাস কৰা হয়।

 * অৰ্থৰ অভাৱত ভুগিছে নেকি? অপ্ৰয়োজনীয় খৰচ হৈছে বা বহুদিনলৈ টকা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱা নাই, তেন্তে নৱৰাত্ৰিৰ সময়ত গোলাপ ফুলত কৰ্পূৰ জ্বলাই মাদুৰ্গাক আগবঢ়াওক। ইয়াৰ ফলত ধনৰ সৈতে জড়িত সমস্যাৰ অন্ত পৰিব আৰু আৰ্থিক অৱস্থা শক্তিশালী হ’ব।

 * যদি গুৰুতৰ ৰোগে আপোনাক সমস্যাত পেলাইছে, চিকিৎসাৰ পাছতো যদি আপুনি কোনো ধৰণৰ ইতিবাচক ফলাফল দেখা নাপায়, তেন্তে পানীত দুটোপাল কৰ্পূৰ তেল মিহলাই গা ধুৱক। কোৱা হয় যে ইয়াৰ ফলত শৰীৰ পৰিষ্কাৰ হয়, ঋণাত্মক শক্তি আঁতৰ হয় আৰু ক্ৰমান্বয়ে ৰোগ দূৰ হ’বলৈ আৰম্ভ কৰে।

 * ঘৰত বাস্তু দোষৰ বাবে পৰিয়ালৰ মাজত কন্দল সৃষ্টি হয়, প্ৰতিদিনে কাজিয়া হয়, স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক তিক্ততা আহে। ইয়াৰ পৰা সকাহ পাবলৈ ঘৰৰ চাৰিটা চুকত কৰ্পূৰ এটুকুৰা ৰাখিব লাগে। ই গলি যোৱাৰ লগে লগে ঘৰত বাস কৰি থকা ঋণাত্মক শক্তিৰ দূৰ হ’ব আৰু ধনাত্মক শক্তিৰ সঞ্চাৰিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ