--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘কলকী ২৮৯৮ খৃষ্টাব্দ’ আৰু ‘পুষ্পা ২’ৰ পাছত ‘ৰামায়ণ’ হৈছে আটাইতকৈ প্ৰত্যাশিত ছবি। নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনক লৈ দৰ্শকৰ উন্মাদনা অধিক। ইতিমধ্যে মুম্বাই ফিল্ম চিটিত শ্বুটিং আৰম্ভ হৈছে। 

‘ৰামায়ণ’ ছবিৰ প্ৰযোজকগৰাকীয়ে বিদেশী প্ৰডাকচন কোম্পানীৰ সৈতে যোগ দিব। গুজৱ উলািছে প্ৰযোজক নমিত মালহোত্ৰাই আমেৰিকাৰ প্ৰডাকচন হাউছ ‘ৱাৰ্নাৰ ব্ৰাদাৰ্ছ’ৰ সৈতে চুক্তিবদ্ধ কৰাৰ চেষ্টা কৰিছে। 

আৰম্ভণিৰে পৰাই ‘ৰামায়ণ’ক আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন ছবি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ছবিখনৰ বাজেটৰ ক্ষেত্ৰত নিৰ্মাতাসকলে আপোচ কৰা নাই। কোৱা হৈছে যে ছবিখনৰ নিৰ্মাণতেই নহয়, প্ৰচাৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ স্পৰ্শ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ