--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মৃত ছাত্ৰজনক ২৪ বছৰীয়া বালটিগো কে চাংমা বুলি চিনাক্ত কৰা হৈছে।

ডিজিটেল ডেস্কঃ মহানগৰীৰ বেলতলাত এগৰাকী শিক্ষাৰ্থীৰ ৰহস্যজনক মৃত্যু। 


এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত উদ্ধাৰ মৃতদেহটো।


মৃত ছাত্ৰজনক ২৪ বছৰীয়া বালটিগো কে চাংমা বুলি চিনাক্ত কৰা হৈছে।


মেঘালয়ৰ পৰা আহি বেলতলাৰ নেৰিম কলেজত অধ্যয়নৰত আছিল চাংমা।


তেওঁ আছিল LLB ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ।


ছাত্ৰাৱাসৰ নিজ কোঠাৰ বাথৰুমত উদ্ধাৰ কৰা হৈছে ছাত্ৰজনৰ মৃতদেহটো।


জানিব পৰা মতে দীৰ্ঘদিন ধৰি মানসিক অশান্তিত ভুগি আছিল যুৱকজন


মহাবিদ্যালয় কৰ্তৃপক্ষ তথা সহপাঠীসকল বিৰত থাকে কোনো মন্তব্য দিয়াৰ পৰা।


দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।


আৰক্ষীৰ তদন্ত অব্যাহত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন