--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যশস্বী জয়ছৱালে নেট প্ৰেকটিছ ৰি থকাৰ সময়ত সহায়ক কৰ্মচাৰীৰ কান্ধৰ হাড় ভাঙি দিছিল। ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে এইদৰে কয়। 

সঞ্জুৱে কয়, ‘আগন্তুক তিনি-চাৰি বছৰলৈ যশস্বীক নেটৰ পৰা আঁতৰাই ৰাখিব লাগে। আমাৰ দলত চাৰিজন মানুহ আছে, যিয়ে আমাক কাট, টানি, ফ্লিক আৰু ড্ৰাইভৰ অনুশীলন কৰায়। যোৱা ছিজনত যশৱীৰ বাবে তওঁলোকৰ কান্ধ ভাঙি হৈছিল। চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।পিছত আকৌ ঘূৰি আহিল। যশস্বীৰ বাবেই সহায়কাৰী কৰ্মচাৰীসকল অধিক আঘাতপ্ৰাপ্ত হয়।”


ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত খেলি সফলতা লাভ কৰিছিল যশস্বীয়ে। ইয়াৰ পিছত তেওঁক ভাৰতীয় দললৈ মাতি অনা হয়। সদ্য সমাপ্ত হোৱা টেষ্ট শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰে যশৱীয়ে। তেওঁ আই পি এলতো নিজৰ টেষ্ট ফৰ্ম অক্ষুণ্ণ ৰাখিব বিচাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ