--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নগালেণ্ডৰ বিধানসভা নিৰ্বাচন চমু চাপিছে৷ ২৭ ফেব্ৰুৱাৰীত ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷ আজি ৰাজ্যখনত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন৷ ৬০টা সমষ্টিযুক্ত নগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে নগা পাহাৰ৷ 

মনোনয়নপত্ৰ দাখিল পৰ্ব শেষ হোৱাৰ পাছত মনোনয়নপত্ৰ পৰীক্ষণত বৈধ হিচাপে বিবেচিত হৈছে ২২০গৰাকী প্ৰাৰ্থী। ৰাজ্যখনত মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ দিন আজি সমাপ্তি হ’ব৷

ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে ২২৫গৰাকী প্ৰাৰ্থীয়ে৷ পৰীক্ষণ পৰ্ব সমাপ্তিৰ অন্তত ২২জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল হয় ৷ লগতে তিনিগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে মনোনয়ন পত্ৰ৷

অৱশ্যে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হেতু আজিৰ ভিতৰত কোনো প্ৰাৰ্থীয়ে নিজৰ মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰিব পাৰে৷

ৰাজ্যখনত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে শাসকীয় এনডিপিপি আৰু বিজেপিয়ে৷ এনপিএফ, কংগ্ৰেছ, লোক জনশক্তি পাৰ্টি (ৰামবিলাস), এনপিপি, জেডিইউ, ৰিপাব্লিকান পাৰ্টি অব্ ইণ্ডিয়া, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি, ৰাইজিং পিপুলছ্ পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল আৰু চিপিআইয়েও আৰম্ভ কৰিছে নিজৰ নিজৰ প্ৰচাৰ অভিযান৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক