--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ইনফ্লুৱেন্সাৰ কুব্ৰা আইকুটৰ আত্মহত্যা। ২৬ বছৰ বয়সত মৃত্যু কুব্ৰাৰ। এটা বিলাসী এপাৰ্টমেণ্টৰ পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে কুব্ৰাই।
TikTok influencer, 26, dies after falling from 5th floor luxury apartment -  Daily Star
ইস্তানবুলৰ চুলতানবেলি জিলাৰ এটা অট্টালিকাৰ পৰা কুব্ৰাই জপিয়াই দিয়ে। আপোনালোকক জনাওঁ যে কুব্ৰাই দৰা অবিহনে নিজকে নিজে বিয়া পাতি চৰ্চাত আহিছিল। তেওঁৰ বিয়াৰ ভিডিঅ'ই ইণ্টাৰনেট জগতত আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁ টিকটকাৰ হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। 
TikToker, 26, dies after falling from 5th floor apartment - Dexerto
উল্লেখ্য যে তেওঁৰ মৃতদেহৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

তেওঁৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। পিতৃ-মাতৃৰ বাসগৃহত তেওঁৰ গৃহ চহৰত শেষকৃত্য সম্পন্ন কৰা হ’ব।
Tragic Loss: Turkish Influencer Kübra Aykut's Suspected Suicide Shakes  Social Media Community - VeerOne
অন্ত্যেষ্টিক্ৰিয়াত কেইবাগৰাকীও টিকটক তাৰকা উপস্থিত থকাৰ সম্ভাৱনা আছে। একে সময়তে অনুৰাগীসকলে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে কুব্ৰা আইকুটক শ্ৰদ্ধাঞ্জলি জনাইছে। 

কুব্ৰাই কিয় আত্মহত্যা কৰিলে সেয়া সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক