--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতৰ কভিড-১৯ৰ কৰ্মৰত গ্ৰুপৰ অধ্যক্ষ তথা এইমছ বিলাসপুৰৰ অধ্যক্ষ ডাঃ নৰেন্দ্ৰ কুমাৰ অৰোৰাই বৰ্তমানলৈকে ভাৰতত এই ভাইৰাছ নিয়ন্ত্ৰণত আছে বুলি প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক : কভিডৰ পাছত এইবাৰ ভাৰতত 'নিপা ভাইৰাছ'ৰ সংক্ৰমণ ঘটিছে। ইতিমধ্যে পশ্চিম বংগত পাঁচজন লোকৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। অতি মাৰাত্মক এই ভাইৰাছত মানুহৰ মৃত্যুৰ হাৰ বহু বেছি হোৱাৰ লগতে ইয়াৰ কোনো প্রতিষেধকো বর্তমানলৈকে ওলোৱা নাই। 


ভাৰতৰ কভিড-১৯ৰ কৰ্মৰত গ্ৰুপৰ অধ্যক্ষ তথা এইমছ বিলাসপুৰৰ অধ্যক্ষ ডাঃ নৰেন্দ্ৰ কুমাৰ অৰোৰাই বৰ্তমানলৈকে ভাৰতত এই ভাইৰাছ নিয়ন্ত্ৰণত আছে বুলি প্রকাশ কৰিছে। পাঁচজন লোকৰ শৰীৰত নিপা ভাইৰাছৰ সংক্ৰমণ পোৱাৰ পাছত যোৱা কেইদিনত এই লোকসকলৰ সংস্পৰ্শলৈ অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য মন্ত্র্যালয়ে। 


ইফালে ভাৰতত নিপা ভাইৰাছৰ সংক্ৰমণৰ তথ্য লাভ কৰাৰ পাছতে এছিয়াৰ বহুকেইখন দেশে বিমান বন্দৰত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে। থাইলেণ্ড, নেপাল, টাইৱান, চীন আদি দেশে কভিডৰ সময়ৰ দৰে বিমান বন্দৰত উচ্চ স্তৰৰ স্বাস্থ্য পৰীক্ষা আৰু যাত্ৰীক নির্দিষ্ট সময় নিৰীক্ষণত ৰক্ষাৰ ব্যৱস্থা হাতত লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ