--°C
Loading...
Listen to Article
2 min read
80%

নিউয়ৰ্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংগৰাজ্য নিউয়ৰ্কৰ ২৩৩বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই গভৰ্নৰৰ দায়িত্ব গ্ৰহণ কৰিব। ৬৩বছৰীয়া কেথী হোচুলে ৩বাৰ নিৰ্বাচিত গভৰ্নৰ এণ্ড্ৰিউ পটাৰক গাদীচ্যুত কৰিছে। যৌন কেলেংকাৰীৰ মেৰপাকত পৰা ডেমক্ৰেট গভৰ্নৰ এণ্ড্ৰিউ কুমোৰ পৰিৱৰ্তে কেথী হোচুলক গভৰ্নৰ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ পোৱা গৈছে।


২৪আগষ্টত দায়িত্ব গ্ৰহণ কৰিব কেথী হোচুলে। দ্বায়িত্বগ্ৰহণৰ পাছতে নিউয়ৰ্কৰ প্ৰথমগৰাকী মহিলা গভৰ্নৰ হিচাপে পৰিগণিত হ’ব কেথী হোচুল। কেথী হোচুলে ৰাজ্যখনৰ ৫৭সংখ্যক ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব।
এণ্ড্ৰিউ কুমো আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ ৫০গৰাকী ৰাজ্যপালৰ ভিতৰত অন্যতম আছিল। কিন্তু যৌন কেলেংকাৰীত সংপৃক্ত হৈ পৰা ৰাজ্যপালগৰাকীয়ে পৰৱৰ্তী সময়ত তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
ৰাজ্যিক এটৰ্নী জেনেৰেল লেটীশা জেমছে বিগত সপ্তাহত কুমোৰ বিৰুদ্ধে প্ৰায় ২০০জন ব্যক্তিয়ে সাক্ষ্য প্ৰদানৰ পাছত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ