--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আইপিএলৰ পঞ্চদশ ছিজনত কৰা  তাৰকাময় প্ৰদৰ্শনৰ বাবে বছৰৰ পাছত পুনৰ ভাৰতীয় দললৈ ঘূৰি আহিছে দীনেশ কাৰ্তিক। বৰ্তমান ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অুষ্ঠিত পাঁচখন খেলৰ টি-২০ শৃংখলাত খেলি আছে কাৰ্তিকে। ভাৰতৰ প্ৰাক্তন কিংবদন্তী কপিল দেৱে ৩ বছৰীয়া উইকেটৰক্ষক-বেটছমেন দীনেশ কাৰ্তিকৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে।

কপিল দেৱে এক অনুষ্ঠানত কয়, ‘আমি যদি ধাৰাবাহিকতাৰ কথা কওঁ, তেন্ত এতিয়া দীনেশ কাৰ্তিক শীৰ্ষত আছে। ঈশান কিষাণ আছে। কিন্তু আইপিএলৰ নিলামত যিয়ে বিপুল পৰিমাণৰ ধন লাভ কৰিছিল, তেওঁলোকে কিন্তু সেই হেঁচা ল’ব পৰা নাছিল। মই কেতিয়াও ইমান টকা পোৱা নাছিলো। সেইবাবে মই এই বিষয়ে ক’ব নোৱাৰিম। মই নাভাবো যে ক‌াৰ্তিকে টি-২০ ক্ৰিকেটত ঋষভ পণ্টক অতিক্ৰম কৰিছে।তথাপি কাৰ্তিকে ভাল প্ৰদৰ্শন আগবঢ়াইছে। ইমানেই ভাল প্ৰদৰ্শন আগবঢ়াইছে যে, নিৰ্বাচকে তেওঁক দলত ল’বলৈ বাধ্য হৈছে। ঋষভ যুৱ ক্ৰিকেটাৰ। কাৰ্তিকৰ অভিজ্ঞ খেলুৱৈতেওঁৰ বিষয়ে যিমান  ক’লেও শেষ নহ’ব। এম এছ ধোনীৰ আগতেই খেলিবলৈ আৰম্ভ কৰিছিল তেওঁ আৰু আজিও খেলি আছে কাৰ্তিকে

উল্লেখ্য যে, দেশৰ জাৰ্ছীত শেষবাৰৰ বাবে ২০১৯ চনৰ বিশ্বকাপ খেলিছিল কাৰ্তিকে। আইপিএলত ফায়াৰ ফৰ্মত আছিল কাৰ্তিক। যেন কাৰ্তিকৰ এয়া নতুন ৰূপ! কলকাতা নাইট ৰাইডাৰ্ছৰ জাৰ্ছীত দুটা ছিজন কটোৱা কাৰ্তিকসদ্য সমাপ্ত আইপিএলত ৫.৫ কোটি টকাৰ বিনিময়ত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ক্ৰয় কৰিছিলবাংগালুৰুৰ বাবে কাৰ্তিক হৈ পৰিছিল পূৰ্ণাংগ ফিনিছাৰ ১৮৩.৩৩ ৰান ৰেটৰ সহায়তখন মেচত ৩৩০ ৰান সংগ্ৰহ কৰিছে কাৰ্তিকে



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ