--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি ৩১ ডিচেম্বৰ৷ বৰ্ষৰ শেষৰটো নিশাটো উদযাপন কৰিব বিশ্ববাসীয়ে৷ পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু সকলো৷ এই নিশাটো কেনেদৰে উদযাপন কৰিব আপুনি? বৰ্তমান যান্ত্ৰীক যুগত নৈশ -পাৰ্টী বুলিলে সুৰাৰ প্ৰাধান্য অধিক৷ সুৰাই নৈশ-পাৰ্টীৰ মাদকতা আৰু অধিক কৰি তোলে৷ সাৱধান অধিক সুৰাই বৰ্ষটো প্ৰথমটো দিনটেই আপোনালৈ কঢ়িয়াই আনিব পাৰে অমানিশা৷ অধিক সুৰাই আপোনাক কৰিব পাৰে অসুস্থ৷ পিছে আপুনি কেনেদৰে উদযাপন কৰিব এই বিশেষ নিশাটো?

২০২২ বৰ্ষটোৰ বাবে আপুনি হ’ব লাগিব সংকল্পবদ্ধ৷ যিয়ে আপোনাক সফলতাৰ দিশত আৰু এখোঁজ আগবাঢ়িবলৈ সহায় কৰিব৷

  • যোগ আৰু ব্যায়াম: যোগা আৰু ব্যায়ামে মানুহৰ শৰীৰ সুস্থ ৰখাত সহায়ক হয়৷ সৌন্দৰ্যৰ বাবেও ব্যায়াম হৈ পৰে আটাইতকৈ উৎকৃষ্ট আহিলা৷ যোগা আৰু ব্যায়ামে আপোনাৰ ওজন নিয়ন্ত্ৰণত সহায়ক হয়৷ তেজৰ চলাচল ভাল হয়৷ লগতে বিভিন্ন মাৰাত্মক ৰোগৰ পৰা দূৰৈত ৰাখিব পাৰে আপোনাক৷
  • সুৰাৰ পৰা বিৰত থাকক: অত্যধিক সুৰাপানে মানুহৰ শৰীৰিত বিভিন্ন বেমাৰৰ সৃষ্টি কৰিব পাৰে৷ তাৰ ভিতৰত মধুমেহ আটাইতকৈ গুৰুত্বপূৰ্ণ৷ পাৰিলে এই নিশাটোত সুৰাপানৰ পৰা দুৰৈত থাকক৷
  • ধুম্ৰপান: ধুম্ৰপান হৈছে স্বাস্থ্যৰ পক্ষে আটাইতকৈ হানিকাৰক দ্ৰব্য৷ ধুমপানে শৰীৰ তথা ছালৰ বিভিন্ন ৰোগৰ আবিৰ্ভাৱ ঘটায়৷ যাৰ ফলত অত্যধিক ধুম্ৰপানে স্নায়ুৰ বিকাৰ ঘটাব পাৰে৷ আনহাতে মহিলাসকলে অত্যধিক ধুম্ৰপান কৰিলে হ’ব পাৰে বিভিন্ন ৰোগৰ চিকাৰ৷ গতিকে এইসকলৰ পৰা নিজকে দূৰৈত ৰাখিবলৈ চেষ্টা কৰক আৰু সুস্থ জীৱন গঢ়াত নিজকে সহায় কৰক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র