--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখ্য যে, বিদ্যালয়খনৰ আঠগৰাকী পৰীক্ষাৰ্থীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।



ডিজিটেল ডেস্ক: আজি ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। শিক্ষাৰ গুণগত মান পূৰ্বৰ দৰেই অক্ষুণ্ণ ৰাখিলে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ে।


এইবাৰ অসম জাতীয় বিদ্যালয়ৰ মুঠ ১২৩ গৰাকী পৰীক্ষাৰ্থী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।


ডিষ্টিংচন লাভ কৰিছে ৩৬ গৰাকীয়ে। ষ্টাৰ মাৰ্ক লাভ কৰিছে ৩৬ গৰাকীয়ে। 


তাৰে প্ৰথম বিভাগত ১১৮ গৰাকী আৰু দ্বিতীয় বিভাগত পাঁচগৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।


উল্লেখ্য যে, বিদ্যালয়খনৰ আঠগৰাকী পৰীক্ষাৰ্থীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে অসমীয়াত তিনি গৰাকী, গণিতত চাৰিগৰাকী আৰু সংগীতত এজন পৰীক্ষাৰ্থীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়৷ 


উল্লেখ্য যে উত্তীৰ্ণৰ হাৰ অনুযায়ী শীৰ্ষ তিনিটা স্থানত থকা জিলাকেইখন-


ডিমা হাছাও: ৮৮.২৩%

শিৱসাগৰ: ৮৪.০৮%

ডিব্ৰুগড়: ৭৮.৪৬%


২০২৬ত মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৬৫.৬২%


ডিষ্টিংচন: ৩,৯৮৩

ষ্টাৰ: ১৩,৬৮১

লেটাৰ মাৰ্ক: ৯৯,০৬২ 

প্ৰথম বিভাগ: ৮৫,১৮৯ 

দ্বিতীয় বিভাগ: ১,৫০,১৬৭ 

তৃতীয় বিভাগ: ৪৬,৩৪৫


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক