--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এটা নতুন ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা কৱচ নিৰ্মাণ কৰিবলৈ প্ৰদান কৰা কাৰ্যবাহী আদেশটোক শুকুৰবাৰে ৰাছিয়াই গৰিহণা দিছে। মস্কোৱে অভিযোগ কৰি কয় যে আমেৰিকাই বিশ্বজনীন পাৰমাণৱিক ভাৰসাম্যতাক বিফল কৰিবলৈ চেষ্টা কৰি আছে মহাকাশলৈ সামৰিক বিবাদ লৈ যোৱাৰ পথ সুগম কৰিছে। 

উল্লেখযোগ্য যে বেলেষ্টিক, হাইপাৰছনিক, ক্রুজ মিচাইল আৰু অন্য যিকোনো আকাশী ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা কৱচ 'আমেৰিকান আইৰন ড্র'ন' বিকশিত কৰিবলৈ এটা প্ৰক্ৰিয়া বাধ্যতামূলক কৰাৰ বাবে সোমবাৰে ট্রাম্পে এটা কাৰ্যকৰী আদেশত স্বাক্ষৰ কৰিছিল। আনহাতে, ট্রাম্পৰ এই আদেশৰ পাছতে ৰাছিয়া, চীন আৰু উত্তৰ কোৰিয়া- তিনি মিত্ৰদেশ জাঙুৰ খাই উঠে। 

পাৰমাণৱিক ভাৰসাম্যতা বিনষ্ট কৰাৰ লগতে সামৰিক বিবাদ মহাকাশলৈ লৈ যোৱাৰ অভিযোগ তোলে আমেৰিকাৰ ওপৰত। শুকুৰবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্র মোৰিয়া জাখাৰভে কয় যে আমেৰিকাৰ এই পৰিকল্পনাই ৰাছিয়া আৰু চীনৰ পাৰমাণৱিক প্ৰতিৰোধৰ সমৰ্থতাক দুৰ্বল কৰাৰ লক্ষ্য লৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ