--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: ৰূপ সলনি কৰা কৰ'না ভাইৰাছৰ নতুন ষ্ট্ৰেইনক লৈ আতংক অব্যাহত থকাৰ মাজতে লণ্ডনৰপৰা ২৪৬জন যাত্ৰীক লৈ ‘এয়াৰ ইণ্ডিয়া’ৰ এখন বিমান দিল্লীত অৱতৰণ কৰিছে৷

আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান : গুৱাহাটীৰ ক’ত হ’ব এই প্ৰক্ৰিয়া ?

উল্লেখ্য যে ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ বাবে ২৩ ডিচেম্বৰৰপৰা বন্ধ হৈ থকা বিমানৰ যাতায়াত ব্ৰিটেইনৰপৰা ভাৰতলৈ আজিৰেপৰা পুনৰ আৰম্ভ হৈছে৷ ইফালে দেশত নতুন ষ্ট্ৰেইনৰ ক'ভিড সংক্ৰমণ ৭২লৈ বৃদ্ধি হোৱা সত্ত্বেও বুধবাৰৰপৰা ভাৰতৰপৰা ব্ৰিটেইনলৈ বিমান চলাচল আৰম্ভ হয়৷

আৰু পঢ়িব পাৰিব : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবক সাক্ষাৎ আছুৰ শীৰ্ষ নেতৃত্বৰ

চৰকাৰী সূত্ৰ মতে ২৩ জানুৱাৰী পৰ্যন্ত ভাৰতৰপৰা ১৫খন আৰু ব্ৰিটেইনৰপৰা ১৫খন বিমান দেশ দুখনৰ মাজত চলাচল কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ