--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২১জন প্ৰাক্তন ন্যায়াধীশৰ পত্ৰ মুখ্য ন্যায়াধীশলৈ৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে ২১ ন্যায়াধীশে৷ ২১জনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ ১৭ প্ৰাক্তন ন্যায়ধীশ৷
উচ্চতম ন্যায়ালয়ৰ ৪ প্ৰাক্তন ন্যায়ধীশৰ নামো পত্ৰখনত৷
ৰাজনৈতিক স্বাৰ্থত ন্যায় ব্যৱস্থাৰ ওপৰত হেঁচা দিয়াৰ অভিযোগ৷
প্ৰাক্তন ন্যায়াধীশসকলৰ অভিযোগ- ন্যায় ব্যৱস্থাৰ ওপৰত ৰাইজৰ বিশ্বাস শেষ কৰাৰ প্ৰয়াস চলিছে৷ ন্যায়াধীশৰ নিৰপেক্ষ সিদ্ধান্তৰ প্ৰতিও ভাবুকি আহিছে৷
ব্যক্তিগত লাভালাভৰ বাবেও ন্যায় ব্যৱস্থাৰ ওপৰত হেঁচা দিয়াৰো অভিযোগ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ