--°C
Loading...
Listen to Article
2 min read
80%

লছ এঞ্জেলছ: অস্কাৰৰ মঞ্চখন প্ৰতিগৰাকী চলচিত্ৰ তাৰকা, কলা-কুশলীৰ স্বপ্নৰ মুহূৰ্ত৷ এই সোণালী মুহূৰ্তটি হাতত পাই তাৰকাসকলৰ আৱেগবিহ্বল আজৱ কীৰ্তিৰ সাক্ষী অস্কাৰৰ মঞ্চ৷ ২০২১বৰ্ষৰ ৯৩সংখ্যক অস্কাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত দৰ্শকবৃন্দই এক অদ্ভুত ঘটনাৰ সাক্ষী হৈ ৰ'ল৷

আৰু পঢ়িব পাৰিব : প্ৰধান শিক্ষকৰ লুণ্ঠনৰাজঃ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ

'জুডাছ এণ্ড দ্য ব্লেক মেছিয়া' ছবিত ফ্ৰেড হ্যাম্পটনৰ চৰিত্ৰত কৰা সাৱলীল আৰু দুৰ্দান্ত অভিনয়ৰ বাবে সহঃ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছে ব্ৰিটিছ অভিনেতা ডেনিয়েল কাল্লুয়াই৷

উল্লেখ্য যে, অভিনেতাগৰাকীয়ে অস্কাৰ গ্ৰহণৰ সময়ত দিয়া বক্তব্যত আচৰিত হৈ পৰে দৰ্শক বৃন্দ৷ তেওঁ মন্তব্য কৰে যে, 'মই মোৰ মাক ধন্যবাদ দিব বিচাৰোঁ৷ মাৰ বাবেই আজি মই এই পৰ্যায়ত উপনীত হৈছো৷ তেওঁলোক যৌনতাত লিপ্ত হৈছিল বাবেই মই আজি এই মঞ্চত৷ বুজিলে নহয় মই কি ক'ব বিচাৰিছো! এই জীৱন পাই মই ভীষণ সুখী৷ আজিৰ দিনটো মই উদযাপন কৰিম৷’

আৰু পঢ়িব পাৰিব : কৰ’নাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত ভাৰত !

৩২বছৰ বয়সৰ এগৰাকী অভিনেতাৰ এনে অদ্ভুত উইনিং ভাষণ শুনি দৰ্শৰ সমান্তৰালকৈ হতভম্ব অভিনেতাগৰাকীৰ মাতৃ৷ সহস্ৰ দৰ্শকৰ সমাৱেশৰ মাজত পিতৃ-মাতৃৰ যৌন জীৱনৰ উল্লেখ তথা পুত্ৰৰ স্পষ্ট প্ৰকাশভংগীত আচৰ্যচকিত ডেনিয়েলৰ মাতৃ। সম্প্ৰতি ডেনিয়েলৰ মাতৃৰ প্ৰতিক্ৰিয়া আৰু ডেনিয়েলৰ অদ্ভুত ভাষণে সামাজিক মাধ্যমতো সৰ্বাধিক চৰ্চা লাভ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ